Posts

Showing posts with the label ৩৯:২৩(The Best Hadith-أَحْسَنَ الْحَدِيثِ)

৩৯:২৩(The Best Hadith-أَحْسَنَ الْحَدِيثِ)

৩৯:২৩(The Best Hadith-أَحْسَنَ الْحَدِيثِ) اللَّهُ نَزَّلَ أَحْسَنَ الْحَدِيثِ كِتَابًا ☘️مُتَشَابِهًا مَثَانِيَ تَقْشَعِرُّ مِنْهُ جُلُودُ الَّذِينَ يَخْشَوْنَ رَبَّهُمْ ثُمَّ تَلِينُ جُلُودُهُمْ وَقُلُوبُهُمْ إِلَىٰ ذِكْرِ اللَّهِ ۚ ذَٰلِكَ هُدَى اللَّهِ يَهْدِي بِهِ مَنْ يَشَاءُ ۚ وَمَنْ يُضْلِلِ اللَّهُ فَمَا لَهُ مِنْ هَادٍ আল্লাহে অৱতীৰ্ণ কৰিছে উত্তম হাদীছ🍁 (বাণী) সম্বলিত এখন কিতাব, যিখন সুসামঞ্জস্য☘️ আৰু যিখন পুনঃ পুনঃ আবৃত্তি কৰা হয়। ফলত যিসকলে নিজ প্ৰতিপালকক ভয় কৰে, ইয়াৰ দ্বাৰা তেওঁলোকৰ শৰীৰ শিয়ঁৰি উঠে, তাৰ পিছত তেওঁলোকৰ দেহ মন বিনম্ৰ হৈ আল্লাহৰ স্মৰণত ধাবিত হয়। এইটোৱেই আল্লাহৰ হিদায়ত, তেওঁ ইয়াৰ দ্বাৰা যাক ইচ্ছা হিদায়ত🌲 কৰে। কিন্তু আল্লাহে যাক বিভ্ৰান্ত কৰে তাৰ হিদায়তকাৰী কোনো নাই। (🍁 Press link for Hadith: https://muktabulraf.blogspot.com/2022/06/hadith-sunnah-in-quransl1-7sl-1.html?m=1 ) (☘️Press link for -مُتَشَابِهًا(সুসামঞ্জস্য): https://muktabulraf.blogspot.com/2021/09/37-muhkamat-ete-note.html?m=1 ) (🌲Press link for "যাক ইচ্ছা হিদায়ত কৰে": https://ahsana39...