Posts

Showing posts with the label ৫৩:২৫-২৬(ছুপাৰিছঃ শেষ বিচাৰৰ দিনা কেৱল আল্লাহে ছুপাৰিছকাৰী কৰিব পাৰব)

৫৩:২৫-২৬(ছুপাৰিছঃ শেষ বিচাৰৰ দিনা কেৱল আল্লাহে ছুপাৰিছকাৰী কৰিব পাৰব)

৫৩:২৫-২৬(ছুপাৰিছঃ শেষ বিচাৰৰ দিনা আল্লাহৰ বাহিৰে আন কোনো  ছুপাৰিছকাৰী নেথাকিব। তলত 💥 চিহ্নিৰ ২০:১০৯ৰ লিংকত চাব) ।।। 🔵৫৩:২৫-২৬ فَلِلَّهِ الْآخِرَةُ وَالْأُولَىٰ প্ৰকৃততে আখিৰাত আৰু দুনিয়া আল্লাহৰেই। . 🔵৫৩:২৬ ۞ وَكَمْ مِنْ مَلَكٍ فِي السَّمَاوَاتِ لَا تُغْنِي شَفَاعَتُهُمْ شَيْئًا إِلَّا مِنْ بَعْدِ أَنْ يَأْذَنَ اللَّهُ لِمَنْ يَشَاءُ وَيَرْضَىٰ আৰু আকাশসমূহত অসংখ্য ফিৰিস্তা আছে, সিহঁতৰ মধ্যস্থতা🪲 কোনো কামত নাহিব, কিন্তু আল্লাহে যাক ইচ্ছা কৰে আৰু যাৰ প্ৰতি তেওঁ সন্তুষ্ট হয় তাৰ বাবে অনুমতি দিয়াৰ পিছত। . ✍️Note/refs: ২:২৫৪-২৫৫ يَا أَيُّهَا الَّذِينَ آمَنُوا أَنْفِقُوا مِمَّا رَزَقْنَاكُمْ مِنْ قَبْلِ أَنْ يَأْتِيَ يَوْمٌ لَا بَيْعٌ فِيهِ وَلَا خُلَّةٌ وَلَا شَفَاعَةٌ ۗ وَالْكَافِرُونَ هُمُ الظَّالِمُونَ হে মুমিনসকল! আমি তোমালোকক যি প্ৰদান কৰিছো তাৰ পৰা ব্যয় কৰা সেই দিন অহাৰ আগতে, যিদিনা ব্যৱসায়, বন্ধুত্ব আৰু ছুপাৰিছ একো নাথাকিব, আৰু কাফিৰসকলেই যালিম। ২:২৫৫ اللَّهُ لَا إِلَٰهَ إِلَّا هُوَ الْحَيُّ الْقَيُّومُ ۚ لَا تَأْخُذُهُ سِنَةٌ وَلَا نَوْمٌ ۚ لَهُ مَا فِي السَّمَاوَاتِ وَمَا ف...