Posts

Showing posts with the label Part-1.[fb.Sl:(101-110)Obey Allah and Obey the Messenger.fbraf]

Part-1.[fb.Sl:(101-110)Obey Allah and Obey the Messenger.fbraf]

Part-1.[fb.Sl:(101-110)Obey Allah and Obey the Messenger.fbraf] October 03, 2021 "Obey Allah and Obey the Messenger" অৰ্থাৎ "আল্লাহক মান্য কৰিবা আৰু ৰছুলক মান্য কৰিবা": কোৰআনৰ এই কথাষা ৰ যদি ভুলকৈ বুজি বৰ্তমানৰ প্ৰচলিত আলিম ওলামাৰ মতে চলি আছে তেন্তে কোৰআনৰ ৩:৩২(শেষত দিয়া) আয়াত মতে কাফিৰ বুলি কৈছে। গতিকে কোৰআনত কি কৈছে বুজি আমল কৰাটো অত্যন্ত জৰুৰী। * * * কিন্তু বাপ দাদাৰ দিনৰ পৰা চলি অহা কথা এটা কেনেকৈ ভুল হ'ব পাৰে!? ৰছুলৰ চাহাবাসকলে কেনেকৈ আমল কৰিছিল!? ইত্যাদি নানা কথা মনলৈ অহাটো স্বাভাৱিক। আপোনাৰ মনত প্ৰশ্ন হ'ব পাৰে? "Obey E'llah and obey the Messenger"এইলানি লেখনিত তলৰ লিংক মতে তলৰ বিষয়ৰ ওপৰত চমুকৈ আলোচনা কৰা হ'ল: 1📍 Why is not in Quran " ObeyMuhammad "? 2📍"Obey Messenger" means obey Bukhari  EtcExtraNotes ? 3📍Was Prophet and 4 Khalifas leave any documents other than Quran? Ans.No . 4📍Meaning of "Good Example' means  SunnahOfProphet ? 5📍How first so-called Hadith entered   InIslam ? * * *  Part-1 WHY N...