কাৱাম(ق و م) থাকিলেহে এতিয়াই আপোনাৰ ওচৰত ফিৰিস্তা নাযিল হ'ব-৪১:৩০
কাৱাম(ق و م) থাকিলেহে এতিয়াই আপোনাৰ ওচৰত ফিৰিস্তা নাযিল হ'ব। তেতিয়া আপোনাৰ ইয়াতো আৰু তাতো ভয় নাথাকিব। (Only if you have Qawam (ق و م) will the angel descend to you right now. Then you will have no fear here or there. But, What's Qawam?) ।।। ৪১:৩০ إِنَّ الَّذِينَ قَالُوا رَبُّنَا اللَّهُ ثُمَّ 🥨اسْتَقَامُوا تَتَنَزَّلُ🔺 عَلَيْهِمُ الْمَلَائِكَةُ أَلَّا تَخَافُوا وَلَا تَحْزَنُوا وَأَبْشِرُوا بِالْجَنَّةِ الَّتِي كُنْتُمْ تُوعَدُونَ নিশ্চয় যিসকলে কয়, ‘আমাৰ ৰব আল্লাহ’, তাৰ পিছত অবিচলিত🥨 থাকে, তেওঁলোকৰ ওচৰত ফিৰিস্তা🔺 অৱতীৰ্ণ হয়, (এই কথা কবলৈ) যে, ‘তোমালোকে ভয় নকৰিবা, আৰু চিন্তিতও নহ’বা বৰং তোমালোকক যি জান্নাতৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল তাৰ বাবে আনন্দিত হোৱা। . 1️⃣-🔺‘Angels descending and saying’ = Divine laws supporting the steadfastly upright who submit to Godalone. 3:124, 8:10, 33:43, 46:13 (Opening of the verses in the link: https://muktabulraf.blogspot.com/2022/12/4130-refs.html?m=1 ). 🔺অৱতীৰ্ণ,ইয়াত tatanazzaluتَتَنَزَّلُ(ن ز ل) শব্দটো বৰ্তমান/ভৱিষ্যত কালত আ...