পৱিত্ৰ নগৰী হ'ল বাক্কা-৯০:১, উত্তম আদৰ্শ- নবী ইব্ৰাহিমৰ-৩৩:২১, আল-মাছজিদুল হাৰামৰ পৰা আল-মাছজিদুল আক্বছালৈ ''ইব্ৰাহিমক"-১৭:১
✔️নবী ইব্ৰাহিমৰ দিনত মানৱ জাতিৰ বাবে সৰ্বপ্ৰথম যি ঘৰ প্ৰতিষ্ঠিত হৈছিল সেইটো বাক্কাত আছে-৩:৯৬, অৰ্থাৎ ৯০:১ ত উল্লেখিত পৱিত্ৰ নগৰী হ'ল বাক্কা। ✔️উত্তম আদৰ্শ- নবী ইব্ৰাহিমৰ-৩৩:২১, মহম্মদৰ নহয়। ✔️ইব্ৰাহিমক (আ:ছা:)আল্লাহতা'লাই তেওঁৰ বান্দাক ৰাতিৰ ভিতৰতে ভ্ৰমণ কৰাইছে, আল-মাছজিদুল হাৰামৰ পৰা আল-মাছজিদুল আক্বছালৈ গৈছিল, মহম্মদক(আ:ছা:) নহয়-১৭:১। মিৰাজ কাহিনী ভিৰাজৰ পৰা চুৰ কৰা। ____________________________________________ 🔵নবী ইব্ৰাহিমৰ দিনত মানৱ জাতিৰ বাবে সৰ্বপ্ৰথম যি ঘৰ প্ৰতিষ্ঠিত হৈছিল সেইটো বাক্কাত আছে-৩:৯৬। ।।। প্ৰায় ৩৫০০ বছৰৰ এটা বৃহৎ সময়ৰ ব্যৱধান নবী মুহাম্মাদ আৰু নবী ইব্ৰাহিমৰ মাজত। এই দীঘলীয়া সময়ৰ ভিতৰত খৃষ্টান আৰু ইহুদীৰ বাবে মানুহৰ সমাজলৈ দুজনেই নবী/ৰছুল আহিছিল (৬:১৫৫-১৫৬)। তেওঁলোকক দিয়া কিতাপ তেওঁলোকে ভেজাল কৰি পেলাইছিল। এই নবীসকলৰ পাছত আৰু কোনো বিশুদ্ধ সংৰক্ষিত আল্লাহৰ বাণীৰ কিতাপ আকাৰে মহম্মদৰ আগতে অহা নাছিল (৩২:২-৩, ৩৪:৪৪)। ।।। "বাক্কা"তেই মছজিদুল হাৰামত কা'বা আছে-২:১৫৮, ৫:৯৭। ইব্ৰাহিমৰ পৰিয়ালৰ লোকসকল পৱিত্ৰ ঘৰৰ(কা'বা) কাষতেই বসবাস কৰিছিল-১৪:...