syedraf's note:(এতিমৰ দায়িত্ব আৰু বহুবিবাহ.4:3)
syedraf's note:(এতিমৰ দায়িত্ব আৰু বহুবিবাহ) . https://youtu.be/iefsKXDTjQE এই ভিডিঅ'টোত গোটেই কথাবোৰ(৪:১-৬) কোৰআনৰ শব্দৰ পৰা আতঁৰি নিজৰ মতে কৰি ল'লে। এই আয়াতকেইটাত বিয়াক আতৰাই দিব নোৱাৰে। ।। বৰ্তমান সময়ত এতিমৰ এনে অৱস্থাত বিয়াৰ প্ৰশ্নই নাহে। উক্ত আয়াতৰ কথা বহু পুৰণি যিহেতু তাত দাসীৰ কথা আছে। সেই আয়াতৰ উদ্দেশ্য এতিমৰ ওপৰত যাতে unjustified নহয় তাৰ বাবেহে। বৰ্তমান সময়ত বহু সংখ্যক এতিমৰ তত্বাৱধানত লবলৈ হ'লে কোনো ভাল NGO ক দি দিলেই অথবা তেনে ধৰণৰ মতা- মাইকিৰ গ্ৰোপ বনালেই হ'ল। তলৰ নোট চাব: __________________________________ Note-1 Verse 4:3 does not appear to focus on stipulating an allowance of the number of wives. Rather, the focus seems to be concentrated on curtailing any potential injustice to an orphan with regards her wealth (4:129). The Arabic term 'mathna wathulatha waruba'a' ((by/in) twos and threes and fours) seems to simply denote a multiplicity which can be affirmed against verse 35:1 which uses the same phrase to describe certai...