Posts

Showing posts with the label Islam

El' ‏Islaam(الْإِسْلَامُ) ‏vs Islaam-bb.raf

El' Islaam(الْإِسْلَامُ) vs Islaam. ⬇️ 🔴THE ISLAM:- The Islam‌➡️ইয়াক কেৱল কোৰআনৰ মাজত পাব। কোৰআনৰ বাহিৰত ইছলাম নাই।ইয়াৰ মানে, ইছলাম পালন কৰিবলৈ কেৱল এল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিব লাগিব।ইয়াৰ বাবে গাইদ লাইন কোৰআন। অৰ্থাৎ কোৰআনৰ বাহিৰত ছৰিয়ত(Islamic law) নাই। The Islam‌ [El' Islaam(الْإِسْلَامُ)(Quran-3:19] is different from Islaam🔵 (Quran-49:16-17) ١٩:٣ إِنَّ الدِّينَ عِنْدَ اللَّهِ الْإِسْلَامُ ۗ وَمَا اخْتَلَفَ الَّذِينَ أُوتُوا الْكِتَابَ إِلَّا مِنْ بَعْدِ مَا جَاءَهُمُ الْعِلْمُ بَغْيًا بَيْنَهُمْ ۗ وَمَنْ يَكْفُرْ بِآيَاتِ اللَّهِ فَإِنَّ اللَّهَ سَرِيعُ الْحِسَابِ ৩:১৯ নিশ্চয় ইছলামেই আল্লাহৰ ওচৰত একমাত্ৰ দ্বীন; আৰু যিসকলক কিতাব প্ৰদান কৰা হৈছিল সিহঁতে কেৱলমাত্ৰ পৰস্পৰ বিদ্বেষবশতঃ সিহঁতৰ ওচৰত জ্ঞান অহাৰ পিছতো মতানৈক্য কৰিছিল। আৰু যিয়ে আল্লাহৰ আয়াতসমূহৰ লগত কুফৰী কৰিব তেন্তে নিশ্চয় আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী। . So in El' Islaam we are only binded to submit to ELLAH alone 2:131, 27:91-92, 6:71, 3:20  - 3:85 . ١٣١:٢ إِذْ قَالَ لَهُ رَبُّهُ أَسْلِمْ ۖ قَالَ أَسْلَمْت...