63:1-Note:("মুহাম্মাদুৰ ৰাছুলুল্লাহ" বুলি আল্লাহৰ ৰছুল বুলি সাক্ষী দিয়া সকল মুনাফিক)
63:1-Note:("মুহাম্মাদুৰ ৰাছুলুল্লাহ" বুলি আল্লাহৰ ৰছুল বুলি সাক্ষী দিয়া সকল মুনাফিক) . লা ইলাহা ইল্লাল্লাহু, মুহাম্মাদুৰ ৰাছুলুল্লাহ এই কলিমাৰ প্ৰথমাংশ৩:১৮) কোৰআনত আছে আৰু দ্বিতীয় ভাগো আছে ৬৩:১ত আছেযে মুহাম্মাদুৰ ৰাছুলুল্লাহ আল্লাহৰ ৰছুল বুলি সাক্ষী দিয়া সকল মুনাফিক। ।।। ৬৩:১ إِذَا جَاءَكَ الْمُنَافِقُونَ قَالُوا نَشْهَدُ إِنَّكَ لَرَسُولُ اللَّهِ ۗ وَاللَّهُ يَعْلَمُ إِنَّكَ لَرَسُولُهُ وَاللَّهُ يَشْهَدُ إِنَّ الْمُنَافِقِينَ لَكَاذِبُونَ যেতিয়া মুনাফিকসকল তোমাৰ ওচৰলৈ আহে তেতিয়া সিহঁতে কয়, আমি সাক্ষ্য দিওঁ যে, ‘নিশ্চয় আপুনি আল্লাহৰ ৰাছুল’; আৰু আল্লাহে জানে যে, তুমি নিশ্চয় তেওঁৰ ৰাছুল আৰু আল্লাহে সাক্ষ্য দিয়ে যে, নিশ্চয় মুনাফিকসকল মিছলীয়া। ।।। Islam, which is peacemaking or peacefully surrendering to God, is the system followed by all righteous monotheists since Adam, and its basic principle is testimony to the absolute and sole authority of God. This testimony is mentioned and advocated in 3:18. As if God forgot a crucial part of the testimony, Sunnis have the audac...