Posts

Showing posts with the label Misinterpretation 59:7 and Difference between Fai(59:6-7) and Ghanim(8:41)

Misinterpretation 59:7 and Difference between Fai(59:6-7) and Ghanim(8:41) in Quran

Misinterpretation 59:7 and Difference between Fai(59:6-7) and Ghanim(8:41) in Quran:  ফাই আৰু গনিমৰ সম্পত্তি: দুয়োটাৰ অৰ্থ সম্পদ আহৰণ যদিও গুণগত ফালৰ পৰা কিছু পাৰ্থক্য আছে। কিন্তু, দুয়োটাই কাৰোবাৰ ওপৰত যুদ্ধ কৰি আহৰণ কৰা সম্পত্তি নহয়-চাওঁক: ৪৮:১৫,২০🌹। ঘনিমাহ (যুদ্ধ জয়ৰ পাছত পোৱা সম্পত্তি🚴) আৰু ফাই (পুনৰুদ্ধাৰ কৰা সম্পত্তি)ৰ মাজত এটা পাৰ্থক্য। (🚴নিজ সুৰক্ষাৰ বাবে আনে আক্ৰমণ কৰিলে, যুদ্ধ জ‌য়ত লাভ হোৱা যুদ্ধৰ সামগ্ৰী, ঘোৰা হাতী উট ইত্যাদিবোৰ। আৰু .... ফাই হৈছে যিবোৰ সম্পত্তি এঠাইৰ পৰা আন ঠাইলৈ হিজৰতৰ(migrate) সম‌য়ত এৰি যোৱা ঘৰ-বাৰী জীৱ-জন্তু, বাগান ইত্যাদি-চাওঁক-৫৯:৬-৭। মন কৰিবলগীয়া কথাটো হৈছে, এই ৫৯:৬-৭আ‌য়াত আহলে-কিতাপধাৰি সকলৰ সময়ৰ। গতিকে নবী মহম্মদক-আ:ছা: content and contex অবিহনেই টানি আনি বুখাৰি, মুছলিমে মেনুপুলেত কৰি কৈ দিলেযে মহম্মদ-আ:ছা: ইছলামৰ ল-মেকাৰ। জনা উচিতযে ৰছুলৰ কাম কেৱল আল্লাহৰ ৱহী প্ৰচাৰ কৰাহে আইন প্ৰনয়নৰ বাবে নহয়-তলৰ লিংক চাওঁক: Misinterpretation 59:7 https://muktabulraf.blogspot.com/2023/04/597-explaination-2parts.html?m=1 . (🌹48:15- Ghanim: https://...