Posts

Showing posts with the label ৮৭:১৬-১৭(কেৱল পৃথিৱীৰ জীৱনক প্ৰাধান্য নিদিবা।আখিৰাত সৰ্বোত্তম।

৮৭:১৬-১৭(তোমালোকে কেৱল পৃথিৱীৰ জীৱনক প্ৰাধান্য নিদিবা। অথচ আখিৰাত সৰ্বোত্তম।

৮৭:১৬-১৭(তোমালোকে কেৱল পৃথিৱীৰ জীৱনক প্ৰাধান্য নিদিবা। অথচ আখিৰাত সৰ্বোত্তম। ।।। ৮৭:১৬ بَلْ تُؤْثِرُونَ الْحَيَاةَ الدُّنْيَا কিন্তু তোমালোকে পৃথিৱীৰ জীৱনক প্ৰাধান্য দিয়া, . ৮৭:১৭ وَالْآخِرَةُ خَيْرٌ وَأَبْقَىٰ অথচ আখিৰাত সৰ্বোত্তম আৰু স্থায়ী। ((BB-ref:(28:60)) . ✍️Verse/Note: 87:16 But nay, you prefer the life of this world (given to instant gains instead of benefiting others that ensures success in both lives). 🔺[2:201, 3:147, 4:134, 7:156, 10:64,17:72, 28:77, 42:22](sa). ।।। 🔺2:201, 3:147, 4:134, 7:156, 10:64,17:72, 28:77, 42:22 . ২:২০১ وَمِنْهُمْ مَنْ يَقُولُ رَبَّنَا آتِنَا فِي الدُّنْيَا حَسَنَةً وَفِي الْآخِرَةِ حَسَنَةً وَقِنَا عَذَابَ النَّارِ আৰু সিহঁতৰ মাজত যিয়ে কয়, ‘হে আমাৰ প্ৰতিপালক! আমাক পৃথিৱীত কল্যাণ প্ৰদান কৰা আৰু আখিৰাততো কল্যাণ দিয়া আৰু আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা’। . ৩:১৪৭ وَمَا كَانَ قَوْلَهُمْ إِلَّا أَنْ قَالُوا رَبَّنَا اغْفِرْ لَنَا ذُنُوبَنَا وَإِسْرَافَنَا فِي أَمْرِنَا وَثَبِّتْ أَقْدَامَنَا وَانْصُرْنَا عَلَى الْقَوْمِ الْكَافِرِينَ এই কথাৰ বাহি...