Posts

Showing posts with the label Articles

ইছলাম আৰু গণতন্ত্র

🌈ইছলাম আৰু গণতন্ত্র🌈 . ❤️কোৰআন হৈছে মুমিন/বিশ্বস্ত/গ্ৰহনকাৰিৰ বাবে আইন পৰামৰ্শ দাতাঃ- ⬇️ "আৰু তেওঁলোকে নিজ প্ৰতিপালকৰ আহ্বানত সঁহাৰি দিয়ে, ছালাত কায়েম কৰে আৰু তেওঁলোকৰ কাৰ্যাৱলী পৰস্পৰ পৰামৰ্শৰ মাধ্যমত সম্পাদিত হয়। আৰু তেওঁলোকক আমি যি জীৱিকা দান কৰিছো তাৰ পৰা ব্যয় কৰে"।(কোৰআন-৪২:৩৮)। . 🔵উক্ত এল্লাহৰ নিষেধাজ্ঞা বা আদেশ (Injunction) নিখুঁতভাবে সপ্তম শতাব্দীৰ ইছলামত পালন কৰা হৈছিল। মুছলিম/এল্লাহৰ বশ্যতা স্বীকাৰ কৰা শাসকীয়ই (Submissive rulers) নির্বাচিতহৈ  জনগণৰ আনুগত্য অর্জন কৰিব লগা হৈছিল। তেওঁলোকে এখন উপদেষ্টা কাউন্সিলৰ লগত কাম কৰিছিল। . 🔴কিন্তু এতিয়াঃ  ৰাজনৈতিক পাৰস্পৰিক পৰামর্শ  বিষয়বোৰ গণতন্ত্রৰ বৈশিষ্ট্য হ'ল।  -হাস্যকৰভাৱে ৰাজ্যবোৰৰ ৰাজত্বত,শাইখোমসকলৰ, স্বৈৰাচাৰী আৰু স্বৈৰতান্ত্রিক শাসনক (sheikdoms, despotism and autocratic rule) আজি বেছিভাগ দেশবোৰৰ মাজত দেখা যায়, যিসকলে নিজকে মুছলিম বুলি অভিহিত কৰে।  ই এক অন্য তথাকথিত মুছলিমসকলৰ এটা উদাহৰণ যি কোৰআনৰ পৰা বিদায় লৈছে। . 💥উল্লেখিতৰ বাহিৰেও অতি সোনকালেই আজিৰ গণতন্ত্রবোৰত সেই পাৰস্পৰিক পৰামর্শ শীঘ্রেই আৰ...

শুনি (চুন্নী) মুছলমান? by Ashiq Zaman

বিশ্বৰ মুঠ মুছলমানৰ মাত্ৰ ১৫% হে আৰৱ। ইছলাম এটি বহুজাতিক, বহু সাংস্কৃতিক আন্তৰ্জাতিক ধৰ্ম। কিন্তু  বহুধা বিভক্ত হোৱাৰ ফলত এটি ডাঙৰ সমস্যা হৈছে যে অনা-আৰৱ জাতি সমূহৰ সাধাৰণ ৰাইজে আৰৱী ভাষা বুজি পোৱা দূৰৰ কথা পঢ়িবও নেজানে। আনহাতে আমাৰ দেশৰ দৰে সৰহভাগ অনা-আৰৱ দেশত মাদ্ৰাছা ভিত্তিক ইছলামিক বা আৰৱী অধ্যায়ণৰ যি ব্যৱস্থা তাত গুৰুত্ব মূলত মূখস্থ কৰাৰ ওপৰত দিয়ে। ফলত মোল্লা-মৌলভী সকলৰ সৰহভাগেই আৰৱী পঢ়িব জানে ঠিকেই কিন্তু অৰ্থ বুজি নেপায়। সাধাৰণ মুছলমানৰ অৱস্থা তাতোকৈ বেয়া। দিনত পাঁচবাৰ নামাজ পঢ়ে ঠিকেই কিন্তু নামাজত কি কৈ আছে নাজানে। ফলত সৰহভাগ মুছলমানেই ছুন্নি মুছলমান নহয়, শুনি মুছলমান 😊 অৰ্থাৎ সৰহভাগ মুছলমানৰে নিজৰ ধৰ্মৰ প্ৰতি যি ধাৰণা সেয়া কোনো মোল্লা-মুঞ্চিৰ পৰা শুনি নিৰ্মিত ধাৰণা, কিন্তু সমস্যাটো হ'ল যিসকল মোল্লা-মুঞ্চিৰ পৰা শুনি আপুনি ইছলামৰ বিষয়ে ধাৰণা বনাই আছে তেওঁলোকে ইছলামৰ বিষয়ে কিমানখিনি জানে ? ফলত "ইছলাম ৰক্ষা" ৰ নামত যিবোৰ কাৰবাৰ চলি আছে সেই সকলোবোৰ ইছলামৰ প্ৰকৃত শিক্ষাৰ বিপৰীত। ইছলামে কাকো কোৱা নাই প্ৰফেটৰ কাৰ্টুন বনালে তাক হত্যা কৰা, প্ৰফেটৰ ছবি বনাব নালা...

Khabiruddin sb fb post +imp comments

https://www.facebook.com/100046235920416/posts/227853622099167/