ইছলাম আৰু গণতন্ত্র

🌈ইছলাম আৰু গণতন্ত্র🌈
.
❤️কোৰআন হৈছে মুমিন/বিশ্বস্ত/গ্ৰহনকাৰিৰ বাবে আইন পৰামৰ্শ দাতাঃ-
⬇️
"আৰু তেওঁলোকে নিজ প্ৰতিপালকৰ আহ্বানত সঁহাৰি দিয়ে, ছালাত কায়েম কৰে আৰু তেওঁলোকৰ কাৰ্যাৱলী পৰস্পৰ পৰামৰ্শৰ মাধ্যমত সম্পাদিত হয়। আৰু তেওঁলোকক আমি যি জীৱিকা দান কৰিছো তাৰ পৰা ব্যয় কৰে"।(কোৰআন-৪২:৩৮)।
.
🔵উক্ত এল্লাহৰ নিষেধাজ্ঞা বা আদেশ (Injunction) নিখুঁতভাবে সপ্তম শতাব্দীৰ ইছলামত পালন কৰা হৈছিল। মুছলিম/এল্লাহৰ বশ্যতা স্বীকাৰ কৰা শাসকীয়ই (Submissive rulers) নির্বাচিতহৈ 
জনগণৰ আনুগত্য অর্জন কৰিব লগা হৈছিল। তেওঁলোকে এখন উপদেষ্টা কাউন্সিলৰ লগত কাম কৰিছিল।
.
🔴কিন্তু এতিয়াঃ

 ৰাজনৈতিক পাৰস্পৰিক পৰামর্শ
 বিষয়বোৰ গণতন্ত্রৰ বৈশিষ্ট্য হ'ল।
 -হাস্যকৰভাৱে ৰাজ্যবোৰৰ ৰাজত্বত,শাইখোমসকলৰ, স্বৈৰাচাৰী আৰু স্বৈৰতান্ত্রিক শাসনক (sheikdoms, despotism and autocratic rule)
আজি বেছিভাগ দেশবোৰৰ মাজত দেখা যায়, যিসকলে নিজকে মুছলিম বুলি অভিহিত কৰে।  ই এক অন্য তথাকথিত মুছলিমসকলৰ এটা উদাহৰণ যি কোৰআনৰ পৰা বিদায় লৈছে।
.
💥উল্লেখিতৰ বাহিৰেও অতি সোনকালেই আজিৰ গণতন্ত্রবোৰত সেই পাৰস্পৰিক পৰামর্শ শীঘ্রেই আৰু এক গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ হ'বঃ
সকলো স্বৰ্গীয় আইনৰ আলোকৰ মাধ্যমত অনুষ্ঠিত হ'ব যিকোনো দেশেই নহয়, সমগ্ৰ দেশই সেই গুৰুত্বপূর্ণ পদক্ষেপটো নিশ্চিত ভাৱে নিঃসংশয়ে গঠন কৰিব।
.
🌈চৰকাৰ আৰু এখন মডেল ৰাষ্ট্রহৈ
বিশ্বেৰ অন্যান্য অংশ, অন্যান্য জাতিয়ে অনুসৰণ কৰিব,ই কোনো আদর্শ সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থা সমন্বিত কাল্পনিক স্থান(utopia) নহয়।
অনুগ্ৰহ কৰি চাওকঃ
কোআন-২:২১৩, ৯:৩২-৩৩, ১০:১৯
⬇️
২:২১৩
"সকলো মানুহৰ এটাই উম্মত আছিল। তাৰ পিছত আল্লাহে নবীসকলক সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে প্ৰেৰণ কৰিলে আৰু তেওঁলোকৰ লগত সত্যসহ কিতাব অৱতীৰ্ণ কৰিলে যাতে মানুহে যিবোৰ বিষয়ত মতভেদ কৰিছিল সেইবোৰ মীমাংসা কৰিব পাৰে; আৰু যিসকলক এইটো দিয়া হৈছিল, স্পষ্ট নিদৰ্শন সিহঁতৰ ওচৰত অহাৰ পিছতো কেৱল পৰস্পৰ বিদ্বেষবশত সেই বিষয়ত সিহঁতে বিৰোধিতা কৰিছিল। তাৰ পিছত আল্লাহে তেওঁৰ ইচ্ছাক্ৰমে ঈমান্দাৰসকলক সেই সত্য বিষয়ত হিদায়ত কৰিছে, যি বিষয়ে সিহঁতে মতানৈক্য সৃষ্টি কৰিছিল; আৰু আল্লাহে যাক ইচ্ছা সৰল পথৰ ফালে হিদায়ত কৰে।"
.
৯:৩২-৩৩
"সিহঁতে নিজৰ মুখেৰে ফুঁ মাৰি আল্লাহৰ নূৰক নুমাই দিব বিচাৰে। কিন্তু আল্লাহে তেওঁৰ নূৰ পৰিপূৰ্ণ কৰাৰ বাহিৰে আন একো নিবিচাৰে। যদিও সেয়া কাফিৰসকলে অপছন্দ নকৰক কিয়।"
.
৯:৩৩
"তেৱেঁই সেই সত্তা যিজনে তেওঁৰ ৰাছুলক হিদায়ত আৰু সত্য দ্বীনসহ প্ৰেৰণ কৰিছে, যাতে তেওঁ ইয়াক সকলো দ্বীনৰ ওপৰত জয়যুক্ত কৰে, যদিও মুশ্বৰিকসকলে সেয়া অপছন্দ কৰে।"
.
১০:১৯
"আৰু মানুহৰ এটাই উম্মত আছিল, পিছতহে সিহঁতে মতভেদ সৃষ্টি কৰিছে। তোমাৰ প্ৰতিপালকৰ পূৰ্ব-ঘোষণা নাথাকিলে সিহঁতে যি বিষয়ত মতভেদ কৰে তাৰ মীমাংসা হৈয়ে গ’লেহেঁতেন।"
.
🌺 abdullrahman🌾tran.comp🌼syedraf🌴happynewyear2021💚
⬇️
#Muktabul Hussain

Comments

Popular posts from this blog

Transcription Note of Quran 2:102:Sabbir Ahmed:

Do not Make Distinction Among God's Messengers

Why are there so many interpretations of Islam?by Rezaul Haque