Posts

Showing posts with the label fb Ahsanal Hadith Article

fb Ahsanal hadith sl. 7 link

7- https://m.facebook.com/story.php?story_fbid=2282201875243077&id=100003598598517 ক্ৰমিক নংঃ-9-(যোৱা সংখ্যাৰ পিছৰ পৰা...) 🔴"আহছানাল-হাদিস" ⬇⬇ سَلَامٌ عَلَيْكُمْ(6:54) أَعُوْذُ بِاللّٰهِ مِنَ الشَّيْطٰانِ الرَّجِيْمِ(16:98) رَبِّ أَعُوذُ بِكَ مِنْ هَمَزَاتِ الشَّيَاطِينِ وَأَعُوذُ بِكَ رَبِّ أَنْ يَحْضُرُونِ (23:97-98) . بِسْمِ اللَّهِ الرَّحْمَـٰنِ الرَّحِيمِ (আৰম্ভ কৰিছো) এল্লাহৰ নামত যি পৰম কৰুণাময়, অতি দয়ালু। . আল-ফাতিহা কোৰআন মুজিদৰ প্ৰথম ছুৰা। ইয়াৰ  প্ৰথম আয়াত بِسْمِ اللَّهِ الرَّحْمَـٰنِ الرَّحِيمِসম্পূৰ্ণ। য'ত আয়াত নং-1ৰে নাম্বাৰিং কৰা আছে। . কোৰআনৰ কোনো আয়াত অথবা ছুৰাৰ আলোচনা কৰিবলৈ গ'লেই আগতে উল্লেখ কৰি অহা বিষয়বস্তু এবং প্রসঙ্গৰ(content and context) কথা আহি পৰে। যিহেতু কোৰআন আল-হাক্ক, গতিকে সত্যটোৱেই ক'ব লাগিব। আমাৰ সমাজত বিভিন্ন মছলা মাছাইল, ফিকাহ,হাদিসৰ দ্বাৰা মানুহে তৈয়াৰ কৰা ছৰিয়াহৰ দ্বাৰা কোৰআন বিশ্লষণ কৰা হয়, যাৰ ফলত কোৱা হয় "কোৰআন চৰ্চা নফল এবাদত"। লগতে হাদিসৰ কিতাপৰ পৰা কোৱাঁ হয় এটা আখৰ পঢ়িলে দহ নেকি পোৱা যায়। গতিক...