fb Ahsanal hadith sl. 7 link
7- https://m.facebook.com/story.php?story_fbid=2282201875243077&id=100003598598517
ক্ৰমিক নংঃ-9-(যোৱা সংখ্যাৰ পিছৰ পৰা...)
🔴"আহছানাল-হাদিস"
⬇⬇
سَلَامٌ عَلَيْكُمْ(6:54)
أَعُوْذُ بِاللّٰهِ مِنَ الشَّيْطٰانِ الرَّجِيْمِ(16:98)
رَبِّ أَعُوذُ بِكَ مِنْ هَمَزَاتِ الشَّيَاطِينِ وَأَعُوذُ بِكَ رَبِّ أَنْ يَحْضُرُونِ (23:97-98)
.
بِسْمِ اللَّهِ الرَّحْمَـٰنِ الرَّحِيمِ
(আৰম্ভ কৰিছো) এল্লাহৰ নামত যি পৰম কৰুণাময়, অতি দয়ালু।
.
আল-ফাতিহা কোৰআন মুজিদৰ প্ৰথম ছুৰা। ইয়াৰ প্ৰথম আয়াত بِسْمِ اللَّهِ الرَّحْمَـٰنِ الرَّحِيمِসম্পূৰ্ণ। য'ত আয়াত নং-1ৰে নাম্বাৰিং কৰা আছে।
.
কোৰআনৰ কোনো আয়াত অথবা ছুৰাৰ আলোচনা কৰিবলৈ গ'লেই আগতে উল্লেখ কৰি অহা বিষয়বস্তু এবং প্রসঙ্গৰ(content and context) কথা আহি পৰে। যিহেতু কোৰআন আল-হাক্ক, গতিকে সত্যটোৱেই ক'ব লাগিব। আমাৰ সমাজত বিভিন্ন মছলা মাছাইল, ফিকাহ,হাদিসৰ দ্বাৰা মানুহে তৈয়াৰ কৰা ছৰিয়াহৰ দ্বাৰা কোৰআন বিশ্লষণ কৰা হয়, যাৰ ফলত কোৱা হয় "কোৰআন চৰ্চা নফল এবাদত"।
লগতে হাদিসৰ কিতাপৰ পৰা কোৱাঁ হয় এটা আখৰ পঢ়িলে দহ নেকি পোৱা যায়। গতিকে ৰমজান মাহত খতমৰ উপৰি কোৰআন খতম কৰি(আওৰাই) যেন বেহেস্ত পাই গ'ল বুলি বাকী গোটেই বছৰটোৰ কাৰণে ইয়াক কোনো ওখ ঠাইত চুমাখাই থৈ দিয়া হয়।
মনত ৰখা ভাল কোৰআনৰ লগত সম্পৰ্ক ৰখাটো ফৰ্জ।
.
হাদিস আদি কিতাপে ইছলামৰ কথাবোৰ সচাঁনে মিছা তাক নিৰ্ণয় কৰিব নোৱাৰে। এই কাম কোৰআনৰ যিহেতু কোৰআন ফুৰকান (criteria-25:1, 2:58, 2:185, 3:4, 8:29, 8:41, 21:48-চিত্ৰ চাওঁক)।
.
আমি আগতে মহম্মদ(আঃছাঃ)যে শেষ তথা অন্তিম ৰছুল নহয় সেই কথা কৈছিলো। অলাগতীয়া মানুহ এজনে কোৰআনে মহম্মদ(আঃছাঃ) যে অন্তিম ৰছুল নহয় তাক কোৰআনৰ ক'তো উল্লেখ নকৰি কথাটো ফুৰকানে স্পস্ত কৰি দিয়াৰ পাছটো মানুজনে চট্ ফটাই থকাৰ কিবা অৰ্থ আছে জানো? তলৰ ভিদিঅ'টো চাওঁক।
⬇
https://youtu.be/NICUr3aVLz0
.
🔵(হাদিসৰ অনুসন্ধানত)
✈comp✈edit✈writer✈syedraf✈
.
(লিখনীৰ আঁৰৰ বিশেষজ্ঞসকলঃ
মুক্তাবুল হুছেইন(ভাৰত), ছুৱেব আব্দুল্লাহি(ঘানা), ৱাহিদুজ্জ জামান(বাংলাদেশ), মহম্মদ শেখ (নিউয়ৰ্ক)।
ক্ৰমশঃ...
Comments
Post a Comment