৫৪:২-৩ টোকা ("আল্লাহৰ-আয়াত")
৫৪:২-৩ টোকা ("আল্লাহৰ-আয়াত") ।।। "আল্লাহৰ-আয়াত" আল্লাহ তা'লাই চন্দ্ৰকযে বিদীৰ্ণ কৰিছে, আকাশসমূহ আৰু পৃথিৱীক সৃষ্টি কৰিছে, সূৰ্যক দীপ্তিমান আৰু চন্দ্ৰক জ্যোতিৰ্ময় কৰিছে, এই সকলোবোৰ আকাশ, পৃথিৱী লগতে এই দুয়োৰে মাজত থকা সকলো বস্তুৱেই আল্লাহৰ ✔️আয়াত অৰ্থাৎ নিদৰ্শন অৰ্থাৎ কোৰআন। এই বস্তুবোৰ আল্লাহে অনৰ্থক সৃষ্টি কৰা নাই। এই আয়াতক ভেঙুচালি কৰি যিয়েই নিজ খেয়াল খুচি মতে আনত বিশ্বাস কৰিব তেওঁ কুফুৰি কৰা হব। তেওঁলোকে আল্লাহৰ সতৰ্কবাণীক কেয়াৰ নকৰে। শেষ ফলাফল বেয়া।। syedraf।। . ৫৪:৩ وَكَذَّبُوا وَاتَّبَعُوا أَهْوَاءَهُمْ ۚ وَكُلُّ أَمْرٍ مُسْتَقِرٌّ আৰু সিহঁতে অস্বীকাৰ কৰে🐞 আৰু নিজ নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰে, অথচ প্ৰতিটো বিষয়েই শেষ লক্ষ্যত উপনীত হ’ব। . 54:3 for they are bent on giving it the lie,🐞 being always wont to follow their own desires. Yet everything reveals its truth in the end.🪲 Note🐞 lit., "তেওঁলোকে মিছা কথা কৈছে [ইয়াক]": শেষ ঘণ্টা আৰু পুনৰুত্থানৰ দিনৰ ভৱিষ্যদ্বাণীৰ ইংগিত। ভূতকালৰ ব্যৱহাৰে সচেতন উদ্দেশ্য বা দৃঢ়তাক সূচায় (চুৰা ২:৬ টোকা💥-১...