৫৪:২-৩ টোকা ("আল্লাহৰ-আয়াত")

৫৪:২-৩ টোকা ("আল্লাহৰ-আয়াত")
।।।
"আল্লাহৰ-আয়াত"
আল্লাহ তা'লাই চন্দ্ৰকযে বিদীৰ্ণ কৰিছে, আকাশসমূহ আৰু পৃথিৱীক সৃষ্টি কৰিছে, সূৰ্যক দীপ্তিমান আৰু চন্দ্ৰক জ্যোতিৰ্ময় কৰিছে, এই সকলোবোৰ আকাশ, পৃথিৱী লগতে এই দুয়োৰে মাজত থকা সকলো বস্তুৱেই আল্লাহৰ ✔️আয়াত অৰ্থাৎ নিদৰ্শন অৰ্থাৎ কোৰআন। এই বস্তুবোৰ আল্লাহে অনৰ্থক সৃষ্টি কৰা নাই। এই আয়াতক ভেঙুচালি কৰি যিয়েই নিজ খেয়াল খুচি মতে আনত বিশ্বাস কৰিব তেওঁ কুফুৰি কৰা হব। তেওঁলোকে আল্লাহৰ সতৰ্কবাণীক কেয়াৰ নকৰে। শেষ ফলাফল বেয়া।। syedraf।।
.
৫৪:৩
وَكَذَّبُوا وَاتَّبَعُوا أَهْوَاءَهُمْ ۚ وَكُلُّ أَمْرٍ مُسْتَقِرٌّ
আৰু সিহঁতে অস্বীকাৰ কৰে🐞 আৰু নিজ নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰে, অথচ প্ৰতিটো বিষয়েই শেষ লক্ষ্যত উপনীত হ’ব।
.
54:3 for they are bent on giving it the lie,🐞 being always wont to follow their own desires. Yet everything reveals its truth in the end.🪲

Note🐞
lit., "তেওঁলোকে মিছা কথা কৈছে [ইয়াক]": শেষ ঘণ্টা আৰু পুনৰুত্থানৰ দিনৰ ভৱিষ্যদ্বাণীৰ ইংগিত।  ভূতকালৰ ব্যৱহাৰে সচেতন উদ্দেশ্য বা দৃঢ়তাক সূচায় (চুৰা ২:৬ টোকা💥-১ চাওক)।  এইটো হৈছে ছিহৰক "magic/মোহ/প্রতাৰণা" বুলি অনুবাদ কৰা, চুৰা ৭৪:২৪💥-২ টোকা চাওক।
Lit., "they have given [it] the lie": an allusion to the prediction of the Last Hour and the Day of Resurrection. The use of the past tense indicates conscious intent or determination (cf. surah 2:6 note💥-1).It is rendering of sihr as "delusion", see surah 74:24💥-2 note.
💥-1.(See below)
💥-2.Note-74:24.The term sihr, which usually denotes "sorcery" or "magic", primarily signifies "the turning of something from its proper [or "natural"] state of being into another state"; hence, it is often applied to the fascination or enchantment caused by exceptional, "spellbinding" eloquence (Taj al-'Arus). In its pejorative sense - as used by deniers of the truth to describe a divine message - it has also the connotation of wilful deception" or "delusion".

Note🪲
Lit., "everything is settled in its [own] being": i.e., everything has an intrinsic reality (haqiqah) of its own, and is bound to reveal that reality either in this world or in the next (Baghawi, on the authority of Al-Kalbi); hence, everything must have a purpose or "goal" of its own. These two - mutually complementary - interpretations reflect the repeated Quranic statement that everything that exists or happens has a meaning and a purpose: cf. 3:191, 10:5 and 38:27 (particularly, see note 11 on 10:5). In the present context, the phrase relates both to the truth referred to in the preceding verses and to its rejection by those who are "wont to follow [but] their own desires".
(Google translate no guarantee:
"সকলো বস্তু নিজৰ [নিজৰ] সত্তাত থিতাপি লয়": অৰ্থাৎ সকলো বস্তুৰ নিজস্ব এটা অন্তৰ্নিহিত বাস্তৱতা (হাকিকাহ) থাকে, আৰু এই বাস্তৱতাক এই পৃথিৱীত বা আখিৰাতত প্ৰকাশ কৰাটো বাধ্যতামূলক (বাঘৱী, আলৰ কৰ্তৃত্বত। কলবি);  গতিকে সকলো বস্তুৰে নিজস্ব উদ্দেশ্য বা "লক্ষ্য" থাকিব লাগিব।  এই দুটা – পাৰস্পৰিকভাৱে পৰিপূৰক – ব্যাখ্যাই বাৰে বাৰে কোৱা কোৰআনৰ বক্তব্য প্ৰতিফলিত কৰে যে যি অস্তিত্ব বা ঘটে সকলোৰে এটা অৰ্থ আৰু উদ্দেশ্য থাকে: cf.  ৩:১৯১, ১০:৫ আৰু ৩৮:২৭,  বৰ্তমানৰ প্ৰসংগত এই বাক্যাংশটো পূৰ্বৰ পদটোত উল্লেখ কৰা সত্যৰ সৈতে আৰু যিসকলে "নিজৰ ইচ্ছা অনুসৰণ কৰে [কিন্তু] তেওঁলোকৰ দ্বাৰা প্ৰত্যাখ্যান কৰা হয়" দুয়োটাৰে সৈতে জড়িত।)
(৩:১৯১
الَّذِينَ يَذْكُرُونَ اللَّهَ قِيَامًا وَقُعُودًا وَعَلَىٰ جُنُوبِهِمْ وَيَتَفَكَّرُونَ فِي خَلْقِ السَّمَاوَاتِ وَالْأَرْضِ رَبَّنَا مَا خَلَقْتَ هَٰذَا بَاطِلًا سُبْحَانَكَ فَقِنَا عَذَابَ النَّارِ
যিসকলে থিয় হৈ, বহি আৰু শুই আল্লাহক স্মৰণ কৰে আৰু আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি সম্পৰ্কে চিন্তা কৰে, আৰু কয়, ‘হে আমাৰ ৰব! তুমি এইবোৰ অনৰ্থক সৃষ্টি কৰা নাই, তুমি অত্যন্ত পৱিত্ৰ, এতেকে তুমি আমাক জুইৰ শাস্তিৰ পৰা ৰক্ষা কৰা’।
.
১০:৫
هُوَ الَّذِي جَعَلَ الشَّمْسَ ضِيَاءً وَالْقَمَرَ نُورًا وَقَدَّرَهُ مَنَازِلَ لِتَعْلَمُوا عَدَدَ السِّنِينَ وَالْحِسَابَ ۚ مَا خَلَقَ اللَّهُ ذَٰلِكَ إِلَّا بِالْحَقِّ ۚ يُفَصِّلُ الْآيَاتِ لِقَوْمٍ يَعْلَمُونَ
তেৱেঁই সূৰ্যক দীপ্তিমান আৰু চন্দ্ৰক জ্যোতিৰ্ময় কৰিছে আৰু তাৰ বাবে নিৰ্দিষ্ট কৰিছে বিভিন্ন মনযিল, যাতে তোমালোকে বছৰ গণনা কৰিব পাৰা আৰু সময়ৰ হিচাপ জানিব পাৰা। আল্লাহে এইবোৰ যথাযথ ভাৱেই সৃষ্টি কৰিছে। তেওঁ এইবোৰ নিদৰ্শন বিশদভাৱে বৰ্ণনা কৰে এনে সম্প্ৰদায়ৰ বাবে যিসকলে জানে।
.
৩৮:২৭
وَمَا خَلَقْنَا السَّمَاءَ وَالْأَرْضَ وَمَا بَيْنَهُمَا بَاطِلًا ۚ ذَٰلِكَ ظَنُّ الَّذِينَ كَفَرُوا ۚ فَوَيْلٌ لِلَّذِينَ كَفَرُوا مِنَ النَّارِ
আৰু আমি আকাশ, পৃথিৱী লগতে এই দুয়োৰে মাজত থকা কোনো বস্তুকেই অনৰ্থক সৃষ্টি কৰা নাই। এইটো ধাৰণা কেৱল সিহঁতৰ যিসকলে কুফৰী কৰিছে, এতেকে যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে আছে অগ্নিৰ দুৰ্ভোগ।)
________________________________________
২:৬(💥-1)
إِنَّ الَّذِينَ كَفَرُوا سَوَاءٌ عَلَيْهِمْ أَأَنْذَرْتَهُمْ أَمْ لَمْ تُنْذِرْهُمْ لَا يُؤْمِنُونَ
যিসকলে কুফৰী কৰিছে, তুমি সিহঁতক সতৰ্ক কৰা বা নকৰা একেই কথা, সিহঁতে ঈমান পোষণ নকৰিব।
.
2:6 BEHOLD, as for those who are bent on denying the truth🎯 ☎️- it is all one to them whether thou warnest them or dost not warn them: they will not believe.(as).

(☎️NOTEPAD-alladhīna kafarū- II(II.i)-by sam-2:6: https://bit.ly/3xtZ8dj)

Note🎯
In contrast with the frequently occurring term al-kafirun ("those who deny the truth"), the use of the past tense in alladhina kafaru indicates conscious intent, and is, therefore, appropriately rendered as "those who are bent on denying the truth". Elsewhere in the Qur'an such people are spoken of as having "hearts with which they fail to grasp the truth, and eyes with which they fail to see, and ears with which they fail to hear" (7:179). - For an explanation of the terms kufr ("denial of the truth"), kafir ("one who denies the truth"), etc., see on 74:10, where this concept appears for the first time in Qur'anic revelation.

৭৪:১০
عَلَى الْكَافِرِينَ غَيْرُ يَسِيرٍ
যিটো কাফিৰসকলৰ বাবে সহজ নহয়।
.
arranged syedraf 

Comments

Popular posts from this blog

By sam(SJC)Shayṭān, Jinn, and Related Terms Considered: by Sam

About Quran by David Namuh

Special Note 2:79