66:1(5:87 notes(Halal-Haram from Allah, don't say yourself-Rasool also can't)
66:1(5:87 notes(Halal-Haram from Allah, don't say yourself-Rasool also can't) . ৬৬:১ يَا أَيُّهَا النَّبِيُّ لِمَ تُحَرِّمُ مَا أَحَلَّ اللَّهُ لَكَ ۖ تَبْتَغِي مَرْضَاتَ أَزْوَاجِكَ ۚ وَاللَّهُ غَفُورٌ رَحِيمٌ হে নবী! আল্লাহে তোমাৰ বাবে যি বৈধ কৰিছে সেয়া তুমি নিজৰ বাবে নিষিদ্ধ কৰিছা কিয়? তুমি তোমাৰ স্ত্ৰীসকলৰ সন্তুষ্টি বিচৰা নেকি; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু। . ✍️BB-ref:(5:87) ৫:৮৭ يَا أَيُّهَا الَّذِينَ آمَنُوا لَا تُحَرِّمُوا طَيِّبَاتِ مَا أَحَلَّ اللَّهُ لَكُمْ وَلَا تَعْتَدُوا ۚ إِنَّ اللَّهَ لَا يُحِبُّ الْمُعْتَدِينَ হে মুমিনসকল! আল্লাহে তোমালোকৰ বাবে উৎকৃষ্ট যিবোৰ বস্তু হালাল কৰিছে সেইবোৰক তোমালোকে হাৰাম নকৰিবা আৰু সীমালংঘন নকৰিবা। নিশ্চয় আল্লাহে সীমালংঘনকাৰী সকলক পছন্দ নকৰে। ।।। টোকা: আল্লাহৰ নামত মিছা বিধান নিৰ্দেশ দিয়াসকলক কোৰআনে আটাইতকৈ বেয়া মানুহ বুলি গৰিহণা দিয়ে। ইতিহাসৰ পাতত পাৰ্ভাৰ্ছে(corrupted) আল্লাহৰ নামত মানৱসৃষ্ট অসংখ্য নিয়ম আৰু নিষেধাজ্ঞাৰ প্ৰৱৰ্তন কৰি আল্লাহৰ ব্যৱস্থাৰ বিৰুদ্ধে যুঁজিবলৈ সকলো ধৰণৰ ধৰ্মগুৰুক নিজৰ প্ৰিয় আহিলা হিচাপে ব্যৱহাৰ কৰিছি...