Posts

Showing posts with the label Iman

2:3-Ghaib,Iman

2:3-Ghaib,Iman ♻️২:৩ الَّذِينَ يُؤْمِنُونَ بِالْغَيْبِ وَيُقِيمُونَ الصَّلَاةَ وَمِمَّا رَزَقْنَاهُمْ يُنْفِقُونَ যিসকলে 📍📍২গায়েবৰ  প্ৰতি 📍১ ঈমান  পোষণ কৰে, চালাত কায়েম কৰে  আৰু আমি তেওঁলোকক যি প্ৰদান কৰিছোঁ তাৰ পৰা ব্যয় কৰে । . Transcription (English) 2:3 Allatheena 📍১ yu/minoona bialghaybiwayuqeemoona alssalata wamimma razaqnahumyunfiqoona Those Who Acknowledge; Those Who Do Not Appreciate; And The Hypocrites 2:3 Those who 📍১ acknowledge the unseen, and observe the contact prayer (sala), and from Our provisions to them, they spend. Note: 📍১(يُقِيمُونََ)(yu/minoona/Acknowledge/ঈমান) (Google translate no guarantee: main below: আমি yuminun শব্দটোক "তেওঁলোকে স্বীকাৰ কৰে" বুলি অনুবাদ কৰিলোঁ।  AMaNa মূলৰ পৰা সৃষ্টি হোৱা ক্ৰিয়া আৰু বিশেষণবোৰ “বিশ্বাস” শব্দটোৰ বিভিন্ন ৰূপৰ সৈতে অনুবাদ কৰা হৈছে।  কিন্তু ”বিশ্বাস কৰক”-এ কোৰআনে AMaNa মূলৰ প্ৰতি আৰোপ কৰা ইতিবাচক অৰ্থৰ সঠিক বৰ্ণনা কৰা নাই।  কোৰআনৰ মতে অনুমান কৰা, কামনা কৰা, সংখ্যাগৰিষ্ঠক অনুসৰণ কৰা, আৰু অনুসন্ধ...

Iman and kalima

🏇ইমান আৰু কলিমাঃ . আমাৰ সমাজত চলন্তি কলিমা অৰ্থহীন-(চাওঁকঃ https://m.facebook.com/story.php?story_fbid=1416357702034578&id=100009810859044) ⬇️⬇️ প্ৰকৃত কলিমা হ'ব লাগিবঃ⬇️ ٢٨٥:٢ آمَنَ الرَّسُولُ بِمَا أُنْزِلَ إِلَيْهِ مِنْ رَبِّهِ وَالْمُؤْمِنُونَ ۚ كُلٌّ آمَنَ بِاللَّهِ وَمَلَائِكَتِهِ وَكُتُبِهِ وَرُسُلِهِ لَا نُفَرِّقُ بَيْنَ أَحَدٍ مِنْ رُسُلِهِ ۚ وَقَالُوا سَمِعْنَا وَأَطَعْنَا ۖ غُفْرَانَكَ رَبَّنَا وَإِلَيْكَ الْمَصِيرُ ২:২৮৫ ৰাছুলে তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা যি তেওঁৰ ওচৰত ✔️অৱতীৰ্ণ হৈছে তাৰ ওপৰত ঈমান আনিছে আৰু মুমিনসকলেও। প্ৰত্যেকেই ঈমান আনিছে ✔️আল্লাহৰ ওপৰত, তেওঁৰ ✔️ফিৰিস্তাসকলৰ ওপৰত, তেওঁৰ ✔️কিতাবসমূহ আৰু তেওঁৰ ✔️ৰাছুলসকলৰ ওপৰত। আমি তেওঁৰ ৰাছুলসকলৰ মাজত কোনো ✔️পাৰ্থক্য নকৰো; আৰু এওঁলোকে কয়, ‘আমি শুনিছো আৰু মানি লৈছো। হে আমাৰ প্ৰতিপালক! তোমাৰ ক্ষমা প্ৰাৰ্থনা কৰো আৰু তোমাৰ পিনেই প্ৰত্যাৱৰ্তনস্থল’। . ইয়াৰ বিৰোধিতাত⬇️ ١٣٧:٢ فَإِنْ آمَنُوا بِمِثْلِ مَا آمَنْتُمْ بِهِ فَقَدِ اهْتَدَوْا ۖ وَإِنْ تَوَلَّوْا فَإِنَّمَا هُمْ فِي شِقَاقٍ ۖ فَسَيَكْفِيكَهُمُ اللَّهُ ۚ وَهُوَ الس...

Do not Make Distinction Among God's Messengers

🔴Do not Make Distinction Among God's Messengers . 🔵"লা-ইলাহা ইল্লাল-লাহু মুহাম্মাদুৰ ৰাচুলুলল্লাহ" ! পবিত্ৰ কোৰআণৰ কোনো আয়াততে নথকা এই কথাটো তথাকথিত মুচলমানৰ বাবে হৈ পৰিল প্ৰধান কলিমা ! মুহাম্মদ এল্লাহৰ প্ৰেৰিত ৰচুল, তাত কোনো সন্দেহ নাই। এনে অসংখ্য ৰচুল তেখেতসকলৰ নিজ নিজ পদমৰ্য্যাদাৰে ইতিমধ্যে মুহাম্মদ আঃৰ আগত এল্লাহে অতীত কৰি গৈছে। আমাৰ কাম প্ৰত্যেকগৰাকী ৰচুলৰ প্ৰতি ইমান অনা। কোনো এগৰাকী ৰচুলক আমি বিশেষভাবে পাৰ্থক্য নকৰো বুলি ইতিমধ্যে আমি এল্লাহৰ সৈতে অংগীকাৰবদ্ধ/চুক্তিবদ্ধ হৈছো এনেদৰে -" লা-নুফাৰ্ৰিকু বাইনা আহাদিম মিৰ ৰুচুলিহি" । তাৰ পাছতো আমি বণী ইছৰাইলৰ দৰে  এল্লাহৰ সৈতে হোৱা চুক্তি কিয় ভংগ কৰিছো ?(আব্দুল গণি)। ⬇️⬇️ . ١٠٦:١٢ وَمَا يُؤْمِنُ أَكْثَرُهُمْ بِاللَّهِ إِلَّا وَهُمْ مُشْرِكُونَ ১২:১০৬ সিহঁতৰ সৰহভাগ মানুহে ঈমান পোষণ কৰা সত্বেও আল্লাহৰ লগত অংশীদাৰ স্থাপন (শ্বিৰ্ক) কৰে। . সকলোৱে অঙ্গীকাৰৱদ্ধ হৈয়ো তাক ভংগ কৰেঃ ٢٨٥:٢ آمَنَ الرَّسُولُ بِمَا أُنْزِلَ إِلَيْهِ مِنْ رَبِّهِ وَالْمُؤْمِنُونَ ۚ كُلٌّ آمَنَ بِاللَّهِ وَمَلَائِكَتِهِ وَكُتُبِهِ وَرُسُلِهِ لَ...