৬৬:১-টোকা(নবী/ৰছুলসকল ভুলৰ উদ্ধত নহয়,মানুহ হিচাপে ৰছুলসকলৰো ভুল হ'ব পাৰে)
৬৬:১-টোকা(নবী/ৰছুলসকল ভুলৰ উদ্ধত নহয়, মানুহ হিচাপে ৰছুলসকলৰো ভুল হ'ব পাৰে) ।।। 66:1 O you prophet, why do you prohibit what GOD has made lawful for you, just to please your wives? GOD is Forgiver, Merciful.,:rk. Note: Mohammedans around the world believe that Muhammad was infallible(ভুলহীন). This verse teaches us that he was indeed a fallible human being (18:110, 33:37, 40:66, 80:1). (১৮:১১০ قُلْ إِنَّمَا أَنَا بَشَرٌ مِثْلُكُمْ يُوحَىٰ إِلَيَّ أَنَّمَا إِلَٰهُكُمْ إِلَٰهٌ وَاحِدٌ ۖ فَمَنْ كَانَ يَرْجُو لِقَاءَ رَبِّهِ فَلْيَعْمَلْ عَمَلًا صَالِحًا وَلَا يُشْرِكْ بِعِبَادَةِ رَبِّهِ أَحَدًا কোৱা, ‘মই তোমালোকৰ দৰেই এজন মানুহ, মোৰ প্ৰতি অহী হয় যে, তোমালোকৰ ইলাহ একমাত্ৰ সত্য ইলাহ। সেয়ে যিয়ে তাৰ প্ৰতিপালকৰ সাক্ষাৎ কামনা কৰে, তাৰ উচিত সৎকৰ্ম কৰা আৰু তাৰ প্ৰতিপালকৰ ইবাদতত আন কাকো অংশী নকৰা’। (pl find the notes of 18:110 in the link: https://bit.ly/44YnFXd ) . ৩৩:৩৭ وَإِذْ تَقُولُ لِلَّذِي أَنْعَمَ اللَّهُ عَلَيْهِ وَأَنْعَمْتَ عَلَيْهِ أَمْسِكْ عَلَيْكَ زَوْجَكَ وَاتَّقِ اللَّهَ وَتُخْف...