১০৭-ছুৰা আল-মাঊনঃ
১০৭-ছুৰা আল-মাঊনঃ এই চুৰাটোৱে সমাজ কল্যাণৰ সৈতে ঘনিষ্ঠভাৱে জড়িত সামূহিক ব্যৱস্থা হিচাপে শূন্য ব্যক্তিগত আচাৰ-ব্যৱহাৰৰ পৰা অতি স্পষ্টভাৱে তথাকথিত নামাজ/ছালাতক পৃথক কৰিছে। ⬇️ ১০৭:১ أَرَأَيْتَ الَّذِي يُكَذِّبُ بِالدِّينِ তুমি তাক দেখিছানে যিয়ে হিচাপ প্ৰতিদানক অস্বীকাৰ কৰে? .____________________________________________ ১০৭:২ فَذَٰلِكَ الَّذِي يَدُعُّ الْيَتِيمَ সি সেইজনেই, যিয়ে অনাথক কঠোৰভাৱে খেদি পঠিয়ায়, ⬇️ (107:2 He is the one who repels the orphan, the widow, the helpless, the one in a lonely state-69:34(sa). ৬৯:৩৪ وَلَا يَحُضُّ عَلَىٰ طَعَامِ الْمِسْكِينِ আৰু মিছকিনক খাদ্যদানত উৎসাহিত কৰাও নাছিল। . ২:৮৩ وَإِذْ أَخَذْنَا مِيثَاقَ بَنِي إِسْرَائِيلَ لَا تَعْبُدُونَ إِلَّا اللَّهَ وَبِالْوَالِدَيْنِ إِحْسَانًا وَذِي الْقُرْبَىٰ وَالْيَتَامَىٰ وَالْمَسَاكِينِ وَقُولُوا لِلنَّاسِ حُسْنًا وَأَقِيمُوا الصَّلَاةَ وَآتُوا الزَّكَاةَ ثُمَّ تَوَلَّيْتُمْ إِلَّا قَلِيلًا مِنْكُمْ وَأَنْتُمْ مُعْرِضُونَ আৰু স্মৰণ কৰা, যেতিয়া আমি ইছৰাঈলৰ সন্তানসকলৰ প্ৰতিশ্ৰুতি লৈছিলো যে, তোমালোকে ...