No Contradiction within Quran-syedraf
NO CONTRADICTION WITHIN QURAN . কোৰআনৰ আয়াতত মাজত কোনো সংঘাট(contradiction) নাই। ইয়াৰ কাৰণ হৈছে কোৰআন এল্লাহৰ পৰা ৱহী প্ৰাপ্ত (আহিছে)(১-💝)। কোৰআনৰ বাহিৰে তথা-কথিত ইছলামৰ কিতাপবোৰ কোৰআনটো বাদেই নিজৰ মাজতেই সংঘাটেই সংঘাট। ইয়েই প্ৰমাণ কৰে এইবোৰ মানব ৰচিত, যাক কোৰআনে বৰ্জন কৰিছে(২-😛) অৰ্থাৎ কোৰআন বাদে আন তথা-কথিত ইছলামৰ কিতাপৰ মতে ইছলাম পালন কৰিছো বুলি ভাবিলে আন কিবাহে হ'ব। চাওঁক (৩-👽)! ⬇️ ১-💝٨٢:٤ أَفَلَا يَتَدَبَّرُونَ الْقُرْآنَ ۚ وَلَوْ كَانَ مِنْ عِنْدِ غَيْرِ اللَّهِ لَوَجَدُوا فِيهِ اخْتِلَافًا كَثِيرًا ৪:৮২ সিহঁতে কোৰআনক গভীৰভাৱে অনুধাৱন নকৰে নেকি? যদি এয়া আল্লাহৰ বাহিৰে আন কাৰোবাৰ পৰা অহা হ’লেহেঁতেন, তেন্তে সিহঁতে নিশ্চয় ইয়াৰ মাজত বহুতো অসঙ্গতি পালেহেঁতেন। . ২-😛٥٠:٧٧ فَبِأَيِّ حَدِيثٍ بَعْدَهُ يُؤْمِنُونَ ৭৭:৫০ এতেকে কোৰআনৰ পৰিবৰ্তে সিহঁতে আৰু কোন বাণীৰ প্ৰতি ঈমান আনিব? . ٣٧:٦٨ أَمْ لَكُمْ كِتَابٌ فِيهِ تَدْرُسُونَ ৬৮:৩৭ তোমালোকৰ ওচৰত কোনো পুথি আছে নেকি য’ত তোমালোকে অধ্যয়ন কৰা-- . ৩-👽ফলাফলঃ শূণ্য। ⬇️ ١٠٦:١٢ وَمَا يُؤْمِنُ أَكْثَرُهُمْ بِاللَّهِ إِلَّا وَهُمْ مُشْرِكُو...