No Contradiction within Quran-syedraf
NO CONTRADICTION WITHIN QURAN
.
কোৰআনৰ আয়াতত মাজত কোনো সংঘাট(contradiction) নাই। ইয়াৰ কাৰণ হৈছে কোৰআন এল্লাহৰ পৰা ৱহী প্ৰাপ্ত (আহিছে)(১-💝)।
কোৰআনৰ বাহিৰে তথা-কথিত ইছলামৰ কিতাপবোৰ কোৰআনটো বাদেই নিজৰ মাজতেই সংঘাটেই সংঘাট। ইয়েই প্ৰমাণ কৰে এইবোৰ মানব ৰচিত, যাক কোৰআনে বৰ্জন কৰিছে(২-😛) অৰ্থাৎ কোৰআন বাদে আন তথা-কথিত ইছলামৰ কিতাপৰ মতে ইছলাম পালন কৰিছো বুলি ভাবিলে আন কিবাহে হ'ব। চাওঁক (৩-👽)!
⬇️
১-💝٨٢:٤
أَفَلَا يَتَدَبَّرُونَ الْقُرْآنَ ۚ وَلَوْ كَانَ مِنْ عِنْدِ غَيْرِ اللَّهِ لَوَجَدُوا فِيهِ اخْتِلَافًا كَثِيرًا
৪:৮২
সিহঁতে কোৰআনক গভীৰভাৱে অনুধাৱন নকৰে নেকি? যদি এয়া আল্লাহৰ বাহিৰে আন কাৰোবাৰ পৰা অহা হ’লেহেঁতেন, তেন্তে সিহঁতে নিশ্চয় ইয়াৰ মাজত বহুতো অসঙ্গতি পালেহেঁতেন।
.
২-😛٥٠:٧٧
فَبِأَيِّ حَدِيثٍ بَعْدَهُ يُؤْمِنُونَ
৭৭:৫০
এতেকে কোৰআনৰ পৰিবৰ্তে সিহঁতে আৰু কোন বাণীৰ প্ৰতি ঈমান আনিব?
.
٣٧:٦٨
أَمْ لَكُمْ كِتَابٌ فِيهِ تَدْرُسُونَ
৬৮:৩৭
তোমালোকৰ ওচৰত কোনো পুথি আছে নেকি য’ত তোমালোকে অধ্যয়ন কৰা--
.
৩-👽ফলাফলঃ শূণ্য।
⬇️
١٠٦:١٢
وَمَا يُؤْمِنُ أَكْثَرُهُمْ بِاللَّهِ إِلَّا وَهُمْ مُشْرِكُونَ
১২:১০৬
সিহঁতৰ সৰহভাগ মানুহে ঈমান পোষণ কৰা সত্বেও আল্লাহৰ লগত অংশীদাৰ স্থাপন (শ্বিৰ্ক) কৰে।
.
🤗লিখনীত🤗চৈয়দৰফ🤗
Comments
Post a Comment