Posts

Showing posts with the label 25:33(Quran Tafsir Itself.Quran Details Of Deen)

25:33(Quran Tafsir Itself.Quran Details Of Deen)

25:33(Quran Tafsir Itself, No Need Of Hadith) ২৫:৩৩ وَلَا يَأْتُونَكَ بِمَثَلٍ إِلَّا جِئْنَاكَ بِالْحَقِّ وَأَحْسَنَ ⬅️تَفْسِيرًا আৰু সিহঁতে তোমাৰ ওচৰত যিকোনো বিষয়েই লৈ নাহক কিয়, আমি সেইটোৰ সঠিক সমাধান আৰু সুন্দৰ ব্যাখ্যা তোমাৰ ওচৰলৈ লৈ আহিছোঁ। _____________ অধিকৰ মাজৰ কিয়দংশ হৃদয়াঙ্গম কৰকঃ (তলৰ নীলা আখৰৰ ওপৰত আঘাট কৰক) 🅰️ Quran-in-delailed-explaination-itself . 🅱️ = 1+2 1️⃣=  দ্বীনৰ-সকলো-বিষয়ৰ-মিমাংসকাৰী-কোৰআন 2️⃣=  দ্বীনেৰ-ক্ষেত্রত-সঠিক-বিধান-দিয়া-আৱশ্যক ।।। 'B'ৰ ১২টা সৰু সৰু খণ্ড একেলগে চাওঁক: QURAN IS THE COMPLETE DOCUMENTS OF RELIGION: তলৰ লিংকত চাওঁক: https://iiqassyedraf.blogspot.com/2023/06/54-66quran-is-complete-documents-of.html