কাৰণ গাৰজেন চয়তান?
👹ঈমান পোষণ নকৰাসকলৰ অভিভাৱক (waliy-pl.أَوْلِيَاءَ)চয়তান(7:27). ⬇️ 💛ঈমানদাৰ কোন? যিসকলেঃ ১-কোৰআনৰ ওপৰত ঈমান আনে, ২-আল্লাহৰ ওপৰত, তেওঁৰ ফিৰিস্তাসকলৰ ওপৰত, তেওঁৰ কিতাবসমূহ আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত ঈমান আনে আৰু ৩-ৰাছুলসকলৰ মাজত কোনো পাৰ্থক্য নকৰে তেওঁলোকেই ঈমানদাৰ।।(২:২৮৫) . 🌾syedraf🌾