শেষ বিচাৰৰ দিনা ৰছুলে তেওঁৰ উম্মাহৰ বাবে চুপাৰিছ কৰাটো দৌৰৰেই কথা, ওলোটাই কোৰআন পৰিত্যাগ কৰিছে বুলি অভিযোগহে কৰিবঃ২৫:৩০
শেষ বিচাৰৰ দিনা ৰছুলে তেওঁৰ উম্মাহৰ বাবে চুপাৰিছ কৰাটো দৌৰৰেই কথা, ওলোটাই কোৰআন পৰিত্যাগ কৰিছে বুলি অভিযোগহে কৰিবঃ২৫:৩০ ⬇️ ২৫:৩০ وَقَالَ الرَّسُولُ يَا رَبِّ إِنَّ قَوْمِي اتَّخَذُوا هَٰذَا الْقُرْآنَ مَهْجُورًا আৰু ৰাছুলে ক’লে, ‘হে মোৰ ৰব! নিশ্চয় মোৰ সম্প্ৰদায়ে কোৰআনক পৰিত্যজ সাব্যস্ত কৰিছে’। ⬇️______________ 🔴কমপ্লেইন কৰাৰ কাৰণঃতেওঁলোকে.... ✔️কোৰআন বিশ্বাস কৰা নাছিল: ২৫:৩২ وَقَالَ الَّذِينَ كَفَرُوا لَوْلَا نُزِّلَ عَلَيْهِ الْقُرْآنُ جُمْلَةً وَاحِدَةً ۚ كَذَٰلِكَ لِنُثَبِّتَ بِهِ فُؤَادَكَ ۖ وَرَتَّلْنَاهُ تَرْتِيلًا আৰু কাফিৰসকলে কয়, ‘সম্পূৰ্ণ কোৰআনখন তেওঁৰ ওচৰত একেলগে অৱতীৰ্ণ কৰা নহ’ল কিয়’? এইদৰে অৱতীৰ্ণ কৰাৰ কাৰণ হৈছে যাতে তোমাৰ হৃদয়ক আমি ইয়াৰ দ্বাৰা মজবুত কৰিব পাৰো সেয়ে আমি ইয়াক ক্ৰমে ক্ৰমে স্পষ্টভাৱে আবৃত্তি কৰিছো। . ✔️শ্বিৰ্ক কৰিছিল: ৬:১৯ قُلْ أَيُّ شَيْءٍ أَكْبَرُ شَهَادَةً ۖ قُلِ اللَّهُ ۖ شَهِيدٌ بَيْنِي وَبَيْنَكُمْ ۚ وَأُوحِيَ إِلَيَّ هَٰذَا الْقُرْآنُ لِأُنْذِرَكُمْ بِهِ وَمَنْ بَلَغَ ۚ أَئِنَّكُمْ لَتَشْهَدُونَ أَنَّ مَعَ اللَّهِ آلِهَةً أُخْرَىٰ ۚ قُلْ لَا أَشْه...