কাৱাম(ق و م) ‏থাকিলেহে এতিয়াই আপোনাৰ ওচৰত ফিৰিস্তা নাযিল হ'ব-৪১:৩০‎

কাৱাম(ق و م) থাকিলেহে এতিয়াই আপোনাৰ ওচৰত ফিৰিস্তা নাযিল হ'ব। তেতিয়া আপোনাৰ ইয়াতো আৰু তাতো ভয় নাথাকিব।
(Only if you have Qawam (ق و م) will the angel descend to you right now.  Then you will have no fear here or there.
But, What's Qawam?)
।।।
৪১:৩০
إِنَّ الَّذِينَ قَالُوا رَبُّنَا اللَّهُ ثُمَّ 🥨اسْتَقَامُوا تَتَنَزَّلُ🔺 عَلَيْهِمُ الْمَلَائِكَةُ أَلَّا تَخَافُوا وَلَا تَحْزَنُوا وَأَبْشِرُوا بِالْجَنَّةِ الَّتِي كُنْتُمْ تُوعَدُونَ
নিশ্চয় যিসকলে কয়, ‘আমাৰ ৰব আল্লাহ’, তাৰ পিছত অবিচলিত🥨 থাকে, তেওঁলোকৰ ওচৰত ফিৰিস্তা🔺 অৱতীৰ্ণ হয়, (এই কথা কবলৈ) যে, ‘তোমালোকে ভয় নকৰিবা, আৰু চিন্তিতও নহ’বা বৰং তোমালোকক যি জান্নাতৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল তাৰ বাবে আনন্দিত হোৱা।
.
1️⃣-🔺‘Angels descending and saying’ = Divine laws supporting the steadfastly upright who submit to Godalone. 3:124, 8:10, 33:43, 46:13
(Opening of the verses in the link:
https://muktabulraf.blogspot.com/2022/12/4130-refs.html?m=1).

🔺অৱতীৰ্ণ,ইয়াত tatanazzaluتَتَنَزَّلُ(ن ز ل) শব্দটো বৰ্তমান/ভৱিষ্যত কালত আছে।ইয়াৰ আৰু উদাহৰণ: nazzala 41:30 in verb V form in present/future=19:64, 26:210, 26:221, 41:30, 65:12, 97:4 etc.
__________
2️⃣-🔺কি condition ত আপোনাৰ ওচৰত ফিৰিস্তা অৱতীৰ্ণ হ'ব?
- আপুনি আল্লাহত সম্পূৰ্ণ ভাৱে সমৰ্পণ কৰিব লাগিব। অৰ্থাৎ কোৰআনত আল্লাহৰ চুন্নতবোৰ
(do & don't👾) বোৰ যিকোনো পৰিস্থিতিতে অৱহেলা কৰিব নোৱাৰিব। মানে আপুনি সুদৃঢ় (stand still or firm) হৈ থাকিব লাগিব।
🥨এই সুদৃঢ়তাই আকামা(aqama - to keep a thing or an affair in a right state)। ৪২:৩ ত🥨اسْتَقَامُوا ইয়াৰ মূল বা ৰূট কাৱাম(ق و م)।
তলত ইয়াৰ অৰ্থ চাওঁক:
General Root Meaning:
stand still or firm, rose/stand up, managed/conducted/ordered/regulated/superintended, established, made it straight/right, maintain/erect/observe/perform, set up, people/community/company, abode, stature/dignity/rank.
aqama - to keep a thing or an affair in a right state.
.
3️⃣-আমাক যি "চালাত প্ৰতিষ্ঠা কৰা(أَقِيمُوا الصَّلَاةَ)" মানে নি‌য়মিত ভাৱে ৫ ৱক্ত নামাজ ঠিকমতে ৰুকু ছিজদাহ কৰা বুলি কৈ থকা হৈছে, সেয়া চালাত প্ৰতিষ্ঠা কৰাৰ কথা কোৰআনত কোৱা নাই।
চালাত প্ৰতিষ্ঠা কৰা মানে আল্লাহৰ আইন কানুনবোৰ সুদৃঢ়ভাৱে পালন কৰা। এইবোৰৰ প্ৰতিষ্ঠাপক ৰব্ হ'ল আল্লাহ (৪১:৩০)।
.
আমাক "চালাত প্ৰতিষ্ঠা কৰা"ৰ বাবে ৫:৬ নং আয়াতত বাহ্যিক চাফ চিকুনৰ কথা কোৱা হৈছে। ই কিন্তু প্ৰচলিত নামাজৰ বাবে কোৱা হোৱা নাই। আল্লাহৰ চালাত(আল্লাহৰ চুন্নত) প্ৰতিষ্ঠাৰ বাবে মনস্থৰ বাবে চাফ চিকুনৰ প্ৰয়োজন। তাৰ মানে যেতিয়া চালাতৰ বাবে দৃঢ় হোৱাৰ মনস্থ কৰিছে তেতিয়া চাফ চিকুন হৈ লওক।
যদি প্ৰচলিত নামাজৰ কথা ভাৱে তেন্তে আগতে অজু কৰিব লাগিব তাৰ পাছত নামাজৰ বাবে ঠিয় হ'ব লাগিব। এতিয়া আয়াতটো চাওঁক কি আছে:
৫:৬
يَا أَيُّهَا الَّذِينَ آمَنُوا إِذَا قُمْتُمْ إِلَى الصَّلَاةِ فَاغْسِلُوا وُجُوهَكُمْ وَأَيْدِيَكُمْ إِلَى الْمَرَافِقِ وَامْسَحُوا بِرُءُوسِكُمْ وَأَرْجُلَكُمْ إِلَى الْكَعْبَيْنِ ۚ وَإِنْ كُنْتُمْ جُنُبًا فَاطَّهَّرُوا ۚ وَإِنْ كُنْتُمْ مَرْضَىٰ أَوْ عَلَىٰ سَفَرٍ أَوْ جَاءَ أَحَدٌ مِنْكُمْ مِنَ الْغَائِطِ أَوْ لَامَسْتُمُ النِّسَاءَ فَلَمْ تَجِدُوا مَاءً فَتَيَمَّمُوا صَعِيدًا طَيِّبًا فَامْسَحُوا بِوُجُوهِكُمْ وَأَيْدِيكُمْ مِنْهُ ۚ مَا يُرِيدُ اللَّهُ لِيَجْعَلَ عَلَيْكُمْ مِنْ حَرَجٍ وَلَٰكِنْ يُرِيدُ لِيُطَهِّرَكُمْ وَلِيُتِمَّ نِعْمَتَهُ عَلَيْكُمْ لَعَلَّكُمْ تَشْكُرُونَ
হে মুমিনসকল! যেতিয়া ✔️তোমালোকে ছালাতৰ বাবে থিয় হ’ব বিচৰা🦔 তেতিয়া তোমালোকে নিজৰ মুখমণ্ডল ধোৱা আৰু কিলাকুটিলৈকে হাত ধোৱা, তোমালোকৰ মূৰ মছেহ কৰা আৰু সৰুগাঁঠিলৈকে ভৰি ধোৱা, আৰু যদি তোমালোকে জুনুবী অৱস্থাত থকা তেনেহ’লে বিশেষভাৱে পৱিত্ৰতা অৰ্জন কৰা। যদি তোমালোকে অসুস্থ হোৱা অথবা ভ্ৰমণত থকা অথবা তোমালোকৰ কোনোবাই মল-মুত্ৰ ত্যাগ কৰি আহে নাইবা স্ত্ৰীৰ লগত সহবাস কৰে আৰু (পৱিত্ৰ হ’বলৈ) পানী নোপোৱা তেন্তে পৱিত্ৰ মাটিৰ দ্বাৰা তায়াম্মুম কৰিবা। আল্লাহে তোমালোকৰ ওপৰত কোনো ধৰণৰ সংকীৰ্ণতা কৰিব নিবিচাৰে; বৰং তেওঁ তোমালোকক পৱিত্ৰ কৰিব বিচাৰে আৰু তোমালোকৰ ওপৰত তেওঁৰ নিয়ামত সম্পূৰ্ণ কৰিব বিচাৰে, যাতে তোমালোকে কৃতজ্ঞতা জ্ঞাপন কৰা।
([5:6] O you (Yaa Ayyuha) who (Ellaziina) have believed (Aamanuu'), when (Iza) you get up (Qum'tum') for (ilaa) Prayer (Es'Solaati), then......"


🦔 "মুমিনসকল! যেতিয়া তোমালোকে ছালাতৰ বাবে থিয় হ’ব বিচৰা🦔 তেতিয়া...."

-ইয়াত মিলাবৰ বাবে বিচৰা শব্দটো যোগ কৰি দিছে। হ'ব লাগে (লগত দি ইংৰাজী চাব)....
"মুমিনসকল! যেতিয়া তোমালোকে ছালাতৰ বাবে থিয় হোৱা 🦔 তেতিয়া...."
.
এতিয়া কওঁকচোন নামাজৰ বাবে থিয়হৈ কেনেকৈ অজু কৰে!!!!??
_____________
👾Do and Don't: https://bit.ly/3lGvRK7
_____________
syedraf 

Comments

Popular posts from this blog

By sam(SJC)Shayṭān, Jinn, and Related Terms Considered: by Sam

About Quran by David Namuh

Special Note 2:79