পীৰ মূৰিদ
☢পীৰ-মুৰিদ☢
.
⚡কোৰআন-33:40
٤٠:٣٣
مَا كَانَ مُحَمَّدٌ أَبَا أَحَدٍ مِنْ رِجَالِكُمْ وَلَٰكِنْ رَسُولَ اللَّهِ وَخَاتَمَ النَّبِيِّينَ ۗ وَكَانَ اللَّهُ بِكُلِّ شَيْءٍ عَلِيمًا
🔜৩৩:৪০
মুহাম্মদ তোমালোকৰ মাজৰ কোনো পুৰুষৰে পিতৃ নহয়, বৰং তেওঁ আল্লাহৰ ৰাছুল আৰু সৰ্বশেষ নবী। আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ।
.
⚡কোৰআন-33:66-68
٦٦:٣٣
يَوْمَ تُقَلَّبُ وُجُوهُهُمْ فِي النَّارِ يَقُولُونَ يَا لَيْتَنَا أَطَعْنَا اللَّهَ وَأَطَعْنَا الرَّسُولَا
🔜৩৩:৬৬
যিদিনা সিহঁতৰ মুখমণ্ডল জুইত ওলট-পালট কৰা হ'ব, সেইদিনা সিহঁতে ক'ব, হায়! আমি যদি আল্লাহক মানিলোহেঁতেন আৰু ৰাছুলৰ আনুগত্য কৰিলোহেঁতেন!
(আল্লাহক মানা আৰু ৰাছুলৰ মানা=কোৰআন মানা).
٦٧:٣٣
وَقَالُوا رَبَّنَا إِنَّا أَطَعْنَا سَادَتَنَا وَكُبَرَاءَنَا فَأَضَلُّونَا السَّبِيلَا
🔜৩৩:৬৭
সিহঁতে আৰু ক’ব, ‘হে আমাৰ ৰব! আমি আমাৰ নেতৃবৰ্গ আৰু বিশিষ্ট লোকসকলৰহে আনুগত্য কৰিছিলো আৰু সিহঁতেহে আমাক পথভ্ৰষ্ট কৰিছিল;
٦٨:٣٣
رَبَّنَا آتِهِمْ ضِعْفَيْنِ مِنَ الْعَذَابِ وَالْعَنْهُمْ لَعْنًا كَبِيرًا
🔜৩৩:৬৮
‘হে আমাৰ ৰব! তুমি সিহঁতক দ্বিগুণ শাস্তি দিয়া আৰু সিহঁতক মহা অভিসম্পাত দিয়া’।
.
✒raf✒08012019✒
Comments
Post a Comment