কোৰআনৰ সহায়ত উপদেশ দিয়া
🌌তলৰ কথাখিনি স্পষ্ট জনাৰ পাছত ইছলাম কেৱল কোৰআনৰ মতেইযে পালন কৰিব লাগিব সেয়া স্পষ্ট অৰ্থাৎ "ফৰ্জ(28:85)"।
⬇️..⬇️..⬇️..⬇️..⬇️
🎀88:21:”So remind! For you are but a reminder”
٢١:٨٨
فَذَكِّرْ إِنَّمَا أَنْتَ مُذَكِّرٌ
৮৮:২১
এতেকে তুমি উপদেশ দিয়া, তুমিতো কেৱল এজন উপদেশদাতা,
🌈
🎀50:45:”So remind with the Quran whoever fears My threat.”
٤٥:٥٠
نَحْنُ أَعْلَمُ بِمَا يَقُولُونَ ۖ وَمَا أَنْتَ عَلَيْهِمْ بِجَبَّارٍ ۖ فَذَكِّرْ بِالْقُرْآنِ مَنْ يَخَافُ وَعِيدِ
৫০:৪৫
সিহঁতে যি কয় সেয়া আমি ভালকৈয়ে জানো, আৰু সিহঁতক বাধ্য কৰোৱা তোমাৰ কাম নহয়; সেয়ে যিয়ে আমাৰ শাস্তিক ভয় কৰে তাক তুমি কোৰআনৰ সহায়ত উপদেশ দিয়া।
🌈
🎀I don’t think there is anything left to say except this 51:50:”So flee to the shelter of Allah: to you I am a manifest warner from Him”
٥٠:٥١
فَفِرُّوا إِلَى اللَّهِ ۖ إِنِّي لَكُمْ مِنْهُ نَذِيرٌ مُبِينٌ
৫১:৫০
এতেকে তোমালোকে আল্লাহৰ ফালে ধাৱিত হোৱা, নিশ্চয় মই কেৱল তেওঁৰ তৰফৰ পৰা এজন স্পষ্ট সতৰ্ককাৰী।
.
🎀comp🎀syedraf🎀
Comments
Post a Comment