What is Quranist?

প্ৰশ্ন কৰা হৈছেঃ
Do Quranist believe in sunnah of the prophet ?
.
উত্তৰঃ
যিসকলে কেৱল কোৰআন ফ'ল কৰে তেওঁলোকক "মুছলিম" বুলি কোৱা হয়, কোৰানিষ্ট নহয়।
.
দ্বিতীয়তে কোৰআনৰ মতে মহম্মদৰ চুন্নাহ(Sunnah of Muhammad) বুলি কোনো আয়াত কোৰআনত নাই, আছে এল্লাহৰ চুন্নাহ(Sunnah of ALLAH)।
চাওঁকঃ
٣٨:٣٣
مَا كَانَ عَلَى النَّبِيِّ مِنْ حَرَجٍ فِيمَا فَرَضَ اللَّهُ لَهُ ۖ ✔️سُنَّةَ اللَّهِ فِي الَّذِينَ خَلَوْا مِنْ قَبْلُ ۚ وَكَانَ أَمْرُ اللَّهِ قَدَرًا مَقْدُورًا
There is no fault in the Prophet in seeking what Allah has ordained (FARD) for him — the way of Allah (sunnat Allah) with those who passed away before. The commandment of Allah is a determinate decree. (33.38)

🍵৩৩:৩৮
সেইটো কৰিলে নবীৰ কোনো দোষ নহয় যিটো তেওঁৰ বাবে আল্লাহে বিধিসন্মত কৰিছে। পূৰ্বে যিসকল অতিবাহিত হৈছে তেওঁলোকৰ বাবেও এইটোৱেই আছিল আল্লাহৰ বিধান(سُنَّةَ اللَّهِ)। আল্লাহৰ ফয়চালা সুনিৰ্ধাৰিত, অৱশ্যম্ভাৱী। 
.
٦٢:٣٣
سُنَّةَ اللَّهِ فِي الَّذِينَ خَلَوْا مِنْ قَبْلُ ۖ وَلَنْ تَجِدَ لِسُنَّةِ اللَّهِ تَبْدِيلًا
🍵৩৩:৬২
পূৰ্বে যিসকলে অতিবাহিত হৈছে সিহঁতৰ বিষয়েও এইটোৱেই আছিল আল্লাহৰ ৰীতি। তুমি কেতিয়াও আল্লাহৰ ৰীতিত কোনো পৰিবৰ্তন নাপাবা।
.
٢٣:٤٨
سُنَّةَ اللَّهِ الَّتِي قَدْ خَلَتْ مِنْ قَبْلُ ۖ وَلَنْ تَجِدَ لِسُنَّةِ اللَّهِ تَبْدِيلًا
🍵৪৮:২৩
এইটোৱে আল্লাহৰ বিধান--- পূৰ্বৰে পৰা যিটো চলি আহিছে, তুমি আল্লাহৰ বিধানত কোনো পৰিবৰ্তন নাপাবা।
.
🍵 compiled🍵 syedraf🍵



Comments

Popular posts from this blog

By sam(SJC)Shayṭān, Jinn, and Related Terms Considered: by Sam

About Quran by David Namuh

Special Note 2:79