What is Quranist?

প্ৰশ্ন কৰা হৈছেঃ
Do Quranist believe in sunnah of the prophet ?
.
উত্তৰঃ
যিসকলে কেৱল কোৰআন ফ'ল কৰে তেওঁলোকক "মুছলিম" বুলি কোৱা হয়, কোৰানিষ্ট নহয়।
.
দ্বিতীয়তে কোৰআনৰ মতে মহম্মদৰ চুন্নাহ(Sunnah of Muhammad) বুলি কোনো আয়াত কোৰআনত নাই, আছে এল্লাহৰ চুন্নাহ(Sunnah of ALLAH)।
চাওঁকঃ
٣٨:٣٣
مَا كَانَ عَلَى النَّبِيِّ مِنْ حَرَجٍ فِيمَا فَرَضَ اللَّهُ لَهُ ۖ ✔️سُنَّةَ اللَّهِ فِي الَّذِينَ خَلَوْا مِنْ قَبْلُ ۚ وَكَانَ أَمْرُ اللَّهِ قَدَرًا مَقْدُورًا
There is no fault in the Prophet in seeking what Allah has ordained (FARD) for him — the way of Allah (sunnat Allah) with those who passed away before. The commandment of Allah is a determinate decree. (33.38)

🍵৩৩:৩৮
সেইটো কৰিলে নবীৰ কোনো দোষ নহয় যিটো তেওঁৰ বাবে আল্লাহে বিধিসন্মত কৰিছে। পূৰ্বে যিসকল অতিবাহিত হৈছে তেওঁলোকৰ বাবেও এইটোৱেই আছিল আল্লাহৰ বিধান(سُنَّةَ اللَّهِ)। আল্লাহৰ ফয়চালা সুনিৰ্ধাৰিত, অৱশ্যম্ভাৱী। 
.
٦٢:٣٣
سُنَّةَ اللَّهِ فِي الَّذِينَ خَلَوْا مِنْ قَبْلُ ۖ وَلَنْ تَجِدَ لِسُنَّةِ اللَّهِ تَبْدِيلًا
🍵৩৩:৬২
পূৰ্বে যিসকলে অতিবাহিত হৈছে সিহঁতৰ বিষয়েও এইটোৱেই আছিল আল্লাহৰ ৰীতি। তুমি কেতিয়াও আল্লাহৰ ৰীতিত কোনো পৰিবৰ্তন নাপাবা।
.
٢٣:٤٨
سُنَّةَ اللَّهِ الَّتِي قَدْ خَلَتْ مِنْ قَبْلُ ۖ وَلَنْ تَجِدَ لِسُنَّةِ اللَّهِ تَبْدِيلًا
🍵৪৮:২৩
এইটোৱে আল্লাহৰ বিধান--- পূৰ্বৰে পৰা যিটো চলি আহিছে, তুমি আল্লাহৰ বিধানত কোনো পৰিবৰ্তন নাপাবা।
.
🍵 compiled🍵 syedraf🍵



Comments

Popular posts from this blog

Do not Make Distinction Among God's Messengers

"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"ৰ খণ্ডৰ আৰম্ভণিত বিশেষ টোকা আৰু লিংক।

Why are there so many interpretations of Islam?by Rezaul Haque