Do not Make Distinction Among God's Messengers
🔴Do not Make Distinction Among God's Messengers . 🔵"লা-ইলাহা ইল্লাল-লাহু মুহাম্মাদুৰ ৰাচুলুলল্লাহ" ! পবিত্ৰ কোৰআণৰ কোনো আয়াততে নথকা এই কথাটো তথাকথিত মুচলমানৰ বাবে হৈ পৰিল প্ৰধান কলিমা ! মুহাম্মদ এল্লাহৰ প্ৰেৰিত ৰচুল, তাত কোনো সন্দেহ নাই। এনে অসংখ্য ৰচুল তেখেতসকলৰ নিজ নিজ পদমৰ্য্যাদাৰে ইতিমধ্যে মুহাম্মদ আঃৰ আগত এল্লাহে অতীত কৰি গৈছে। আমাৰ কাম প্ৰত্যেকগৰাকী ৰচুলৰ প্ৰতি ইমান অনা। কোনো এগৰাকী ৰচুলক আমি বিশেষভাবে পাৰ্থক্য নকৰো বুলি ইতিমধ্যে আমি এল্লাহৰ সৈতে অংগীকাৰবদ্ধ/চুক্তিবদ্ধ হৈছো এনেদৰে -" লা-নুফাৰ্ৰিকু বাইনা আহাদিম মিৰ ৰুচুলিহি" । তাৰ পাছতো আমি বণী ইছৰাইলৰ দৰে এল্লাহৰ সৈতে হোৱা চুক্তি কিয় ভংগ কৰিছো ?(আব্দুল গণি)। ⬇️⬇️ . ١٠٦:١٢ وَمَا يُؤْمِنُ أَكْثَرُهُمْ بِاللَّهِ إِلَّا وَهُمْ مُشْرِكُونَ ১২:১০৬ সিহঁতৰ সৰহভাগ মানুহে ঈমান পোষণ কৰা সত্বেও আল্লাহৰ লগত অংশীদাৰ স্থাপন (শ্বিৰ্ক) কৰে। . সকলোৱে অঙ্গীকাৰৱদ্ধ হৈয়ো তাক ভংগ কৰেঃ ٢٨٥:٢ آمَنَ الرَّسُولُ بِمَا أُنْزِلَ إِلَيْهِ مِنْ رَبِّهِ وَالْمُؤْمِنُونَ ۚ كُلٌّ آمَنَ بِاللَّهِ وَمَلَائِكَتِهِ وَكُتُبِهِ وَرُسُلِهِ لَ...
Comments
Post a Comment