নাজিল কৰা আয়াত ছাগলে খাই পেলাইছিল(Hadith)

😃নাজিল কৰা আয়াত ছাগলে খাই পেলাইছিল(Hadith😃)


.
হাদিছ মতে আল্লাহে নাজিল কৰা আয়াত ছাগলে খাই পেলাইছিল ! যত আল্লাহে নিজে আল- কুৰআনক সংৰক্ষণ কৰিব বুলি কৈছে (কুৰআন ১৫:৯ , ৭৫:১৭) এই ক্ষেত্ৰত ছাগলে আয়াত খাই পেলালে ফলত আমি বয়সীয়াল লোকক দুধ পান কৰোৱা আৰু শিল দলিয়াই হত্যা কৰা এই আয়াত বোৰ নাপালো অৰ্থাৎ সেইবোৰ missing .... তেনেহলে এইটো হাদিছ বিশ্বাস কৰিব লাগিলে আমি এইটোওঁ বিশ্বাস কৰিবলৈ বাধ্য যে আজি আমি যি কোৰআন পাইছো সেয়া সম্পূৰ্ণ নহয়। দেখ দেখ কুৰআন বিৰোধী এইবোৰ হাদিছ বিশ্বাস কৰি কোনোবাই মুছলমান হৈ থাকিব পাৰিব নে ???

লিংক সহ কুৰআনৰ আয়াত ছাগলীয়ে খাই পেলোৱা আয়াতটো দিয়া হল ..

আয়িশা (রাঃ) থেকে বর্ণিতঃ
তিনি বলেন, রজম (পাথর মেরে হত্যা) এবং বয়স্ক লোকেরও দশ ঢোক দুধপান সম্পর্কিত আয়াত নাযিল হয়েছিল, যা একটি সহীফায় (লিখিত) আমার খাটের নিচে সংরক্ষিত ছিল। যখন রসূলুল্লাহ (সাল্লাল্লাহু ‘আলাইহি ওয়া সাল্লাম) ইন্তিকাল করেন এবং আমরা তাঁর ইন্তিকালে ব্যতিব্যস্ত হয়ে পড়লাম, তখন একটি ছাগল এসে তা খেয়ে ফেলে। (সুনানে ইবনে মাজাহ, হাদিস নং ১৯৪৪)

http://ihadis.com/books/ibn-majah/hadis/1944
.
🚲courtesy.shamssahid🚲raf🚲

Comments

Popular posts from this blog

Transcription Note of Quran 2:102:Sabbir Ahmed:

Do not Make Distinction Among God's Messengers

Why are there so many interpretations of Islam?by Rezaul Haque