বাক স্বাধীনতা ইয়াৰ মানে গুজব(rumor) নহয়-by Syed wali
By Syed Wali-New York(a piece of his Article)
💖Qur’an teaches us to respect `absolute freedom of speech, but...💖
.
কোৰআনৰ মতে, এল্লাহ শ্ৰেষ্ঠ ন্যায়বিচাৰক। তেওঁ আহকামুল হাকিমিন। গতিকে, তেওঁৰ সমস্ত আদেশ আৰু ঘোষণা ন্যায়সঙ্গত। তেওঁৰ নবী মুহাম্মদে(আঃছাঃ) কোৰআনক অনুসৰণ কৰিছিল, কোৰআন শিক্ষা দিছিল, কোৰআন প্রচাৰ কৰিছিল, আনুষ্ঠানিকভাবে তেওঁৰ অনুসাৰীসকলক কোৰআনৰ শিক্ষা প্রদান কৰিছিল আৰু কোৰআনে আমাক `বাক স্বাধীনতাক’(Qur’an teaches us to respect `absolute freedom of speech’.) সম্মান কৰিবলৈ শিকায়।
.
যেতিয়াই কাৰোবাৰ কথা আৰু কামৰ মাধ্যমে এল্লাহ, তেওঁৰ নবীক, কোৰআনৰ আয়াতবোৰক বা ঈমানদাৰ বান্দাক ব্যঙ্গ কৰে, উপহাস কৰে তেতিয়া কোৰআনে এল্লাহৰ প্রিয় বান্দা, নবী আৰু ৰাছুল প্রেমীসকলক ধৈর্য ধাৰণ কৰিবলৈ শিকায়, কয়ঃউপেক্ষা কৰা সেইবোৰ, আৰু কোৰআনৰ প্রচাৰ কৰি যোৱা। কোৰআনে আমাক এইটোৱেই শিক্ষা দিয়ে। এল্লাহৰ এই আদেশটি মুহাম্মদে (আঃছাঃ) তেওঁৰ ধর্ম, আদর্শ, দর্শন হিচাপে প্রচাৰ কৰিছিল আৰু তেওঁৰ অনুসাৰীসকলোকো শিকাইছিল।
যিয়েই বাকস্বাধীনতাৰ নামত কোৰআন সম্পর্কিত হ'ব পৰা ’গুজব প্ৰচাৰ কৰে(‘spreading rumor)’ লগতে ইয়াৰ আয়াতক মিছা ‘গুজব প্ৰচাৰ কৰে তেনে ক্ষেত্ৰত কোৰআনে কৈছেঃ
(Anyone could relate freedom of speech’ to ‘spreading rumor’ citing the Qur’an verse onspreading rumor and falsehood’ as Qur’an said:)
⬇️
٦٠:٣٣
۞ لَئِنْ لَمْ يَنْتَهِ الْمُنَافِقُونَ وَالَّذِينَ فِي قُلُوبِهِمْ مَرَضٌ وَالْمُرْجِفُونَ فِي الْمَدِينَةِ لَنُغْرِيَنَّكَ بِهِمْ ثُمَّ لَا يُجَاوِرُونَكَ فِيهَا إِلَّا قَلِيلًا
৩৩:৬০
যদি মুনাফিকসকল আৰু যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতে আৰু চহৰত মিছা সংবাদ প্ৰচাৰকাৰীসকলে বিৰত নহয় তেন্তে অৱশ্যে আমি তোমাক সিহঁতৰ বিৰুদ্ধে প্ৰবল কৰিম; ইয়াৰ পিছত এই চহৰত সিহঁতে তোমাৰ প্ৰতিবেশীৰূপে অতি কম সময়হে থাকিব পাৰিব,
.
💚a.piece.article💚syedwali💚 compd.tran💚syedraf💚
Source: https://m.facebook.com/story.php
Comments
Post a Comment