Challenge of Quran and contradict with Hadith

এল্লাহে চেলেজ্ঞ কৰিছে কোৰআনৰ দৰে কোনো কিতাপ কোনেও বনাব নোৱাৰে!
কিন্তু,
আবু দাউদ, হাদীস নং ৪৬০৪ ও ৪৬০৫নংত কৈছেঃ
-নবী মুহাম্মদ আলাইহি ওয়াসাল্লামে কৈছে......, “জানি লোৱা, নিশ্চয় মোক কোৰআন ও ইয়াৰ অনুৰূপ এখন কিতাপ (সুন্নাহ) দিয়া হৈছে।(মানে হাদিস)!
.
এয়া কোৰআনৰ লগত direct contradict নহয়নে? তথাপিও কোৰআন বাদদি হাদিসেই মানে?
.
ঘৰুৱা ভাৱে বনোৱা ভিদিঅ'টো চাওক!!
💗syedraf💗

Comments

Popular posts from this blog

By sam(SJC)Shayṭān, Jinn, and Related Terms Considered: by Sam

About Quran by David Namuh

Special Note 2:79