importance of zakat-syedraf

আল্লাহৰ হুকুম অনুসৰি জাকাত (দান আদিসকলো) দিব লাগে তেতিয়াই যেতেয়াই হাতলৈ পইছা আহে। ধৰক চাকৰিয়াল হিচাপে মাহেকত পোৱা দৰমহাৰ পৰা ঘৰুৱা সকলো কামত খৰছ কৰাৰ পাছত আগৰ মাহবোৰত আপোনাৰ হাতত ধৰক ১০,০০০/-থাকি যায়। ইয়াৰে ইচ্ছা কৰিলে আপুনি ২০০ ৰ পৰা ৩০০ টকা প্ৰতি মাহে দান হিচাপে দিব পাৰে। এই টকাতোৰ % হিচাপৰ কোনো দৰকাৰ নাই আৰু যিমান পাৰে সিমান বেছিকৈ দিয়াৰ চেষ্টা কৰা উচিত, কাৰণ এই টকা আল্লাহলৈ উত্তম ঋণ। ঋণ হলেটো return হ'বই আৰু এই return কিমান হ'ব জানেনে?
The return of your sayRs.300/- will be more than Rs.2,10,000/-. It's Allah's promise(Q-2:261)।
ইয়াতে most important কথা এটা কৈ থওঁ। মৃত্যুৰ কোনো guarantee নাই, গতিকে এই মুহূৰ্ত্তত দান কৰক, এয়া আল্লাহৰ কথা, চাওক কোৰআন-৬৩:৯-১০।
.
💖commentof💖syedraf💖

Comments

Popular posts from this blog

Transcription Note of Quran 2:102:Sabbir Ahmed:

Do not Make Distinction Among God's Messengers

Why are there so many interpretations of Islam?by Rezaul Haque