মানৱ জাতিৰ ঈমাম নবী ইব্ৰাহিম(আ:ছা:)-২:১২৪। নবী মহম্মদক(আ:ছা:) ইব্ৰাহিমক ফ'ল কৰিবলৈ আল্লাহে হুকুম দিছে-১৬:১২৩ , লগতে আমাকো-৩:৯৫।
আমি কোৰআনত যি আছে তাকেই বৰ্ণনা কৰো। আমাৰ নিজস্ব কোনো কথা নাই।
নবী মহম্মদৰ (আ:ছা:) মৃত্যুৰ প্ৰায় ২০০/২৫০ বছৰৰ পাছৰ পৰাই ইছলামৰ শত্ৰুবিলাকে আচল ইছলামক কবৰস্থ কৰি অৰ্থাৎ হালালক লুকুৱাই ৰাখি হাৰামক প্ৰাধান্য দি আহিছে। এয়া এক ঘোৰ অপৰাধ, কুফৰি কাম, ইয়াৰ শাস্তি জাহান্নাম-২:১৫৯,১৬০, ২:১৭৪-১৭৫।
টোকা: ২:১৭৪-১৭৫ এইটোৱেই হৈছে হালাল আৰু হাৰাম সম্পৰ্কীয় আল্লাহৰ বিধান (৫/৩, ৫/৮৭, ৬/১১৯-১২০, ৬/১২২, ৬/১৪৬, ১০/৫৯, ১৬/১১৫-১১৬, ২২/৩০, ৬৬/১)। যিসকলে এই আইনখন লুকুৱাই ৰাখি নিজৰ নিজৰ হালালৰ তালিকা প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰে আৰু হাৰাম, আল্লাহ কৰ্তৃত্ব গ্ৰহণ কৰি ইয়াক লৌকিক লাভ লাভৰ মাধ্যম হিচাপে গঢ়ি তোলে। যদিওএনে মানুহক অতি ধনী আৰু ধৰ্মপৰায়ণ যেন লাগিব পাৰে, তেওঁলোকে নিজৰ বাবে নৰক প্ৰস্তুত কৰি আছে। আপুনি দেখিব যে বিচাৰৰ দিনা তেওঁলোকে সেই আশীৰ্বাদ লাভ নকৰে যিবোৰৰ পৰা বৈ যায় আল্লাহৰ নিয়ম আৰু ইয়াৰ সম্ভাৱনাৰ আনুগত্য অপূৰ্ণ হৈ থাকিব। এইটো হ’ব এক ভয়ংকৰ দুৰ্যোগ আৰু তেওঁলোকে উপলব্ধি কৰিব, সেই সময়ত, যে তেওঁলোকে নিজৰ মানৱীয় মৰ্যাদাক সামান্য লাভত বিক্ৰী কৰিছিল কাৰণ তেওঁলোকে ভুল পথৰ বাবে সঠিক পথ পৰিত্যাগ কৰি আল্লাহৰ সুৰক্ষাক ধ্বংসৰ সৈতে ব্যৱসায় কৰিছিল।
জানি-বুজি ধ্বংসৰ নৰকৰ ফালে খোজ দিয়াটো কিমান মূৰ্খামি! যিসকলে এই কাম কৰেতেওঁলোকৰ সহনশীল শক্তিক অতিমাত্ৰা মূল্যায়ন কৰক, কিয়নো তেওঁলোকৰ বাবে অপেক্ষা কৰি থকা ধ্বংসাৱশেষে তেওঁলোকক নিশ্চয়কৈ আগুৰি ধৰিব।
।।।
আজি কোৰআন বাদদি ইছলামক প্রচলিত নামাজ, তাবলীগ,এস্তেমা,দোৱা ,উৰস,ওয়াজ,পোশাক-পর্দা,
কোৰআন খতম,জিকিৰক জান্নাতৰ চাবি বানাই পেলাইছে।
জন্নত এইবিলাকত নাই, আছে ১০০ত কৈয়ো বেছি কোৰআনৰ আয়াতত এক সৃষ্টিকর্তাত বিশ্বাস আৰু সৎ কর্মৰে জান্নাতৰ কথা কোৱা হৈছে:
৯৮:৭
إِنَّ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ أُولَٰئِكَ هُمْ خَيْرُ الْبَرِيَّةِ
নিশ্চয় যিসকলে ঈমান আনিছে আৰু নেক কাম কৰিছে, তেওঁলোকেই হৈছে সৃষ্টিৰ শ্ৰেষ্ঠ।
কিন্তু, এই ভাল কামৰ আয়াতবোৰ ঢাকখাই গৈছে নামাজ পঢ়া আৰু দোৱাৰ ফজিলতৰ ওচৰত।
।।।
কোৰআন কোনো ধৰ্মিয় পুথি নহয়। এই কিতাপ নাযিল হৈছে বিশ্বমানৱৰ বাবে-৬৮:৫২।
গতিকে কি যুক্তিত এই কিতাপত প্রচলিত নামাজৰ নামত উঠা-বহা,তাবলীগ, এস্তেমা, দোৱা , উৰস, ওয়াজ,পোশাক-পর্দা, কোৰআন খতম আদিৰ কথা থাকিব!?
আল্লাহে কোৰআনত যিটো আদেশ/উপদেশ দিছে তাৰ ঠিক ওলোটাটো মানুহক কোৰআনৰ বাহিৰত কিছুমান মুখে মুখে বাগৰি কথাৰ সহীৰ ছিল মোহৰ মাৰি আৰু মছলা মাছাইলৰ কিতাপে মানুহক জাহান্নামৰ বাট প্ৰশস্ত কৰি দিছে।
।।।
নবী মহম্মদক(আ:ছা:) আজি মানুহে সকলো নবী/ৰছুলৰ শীৰ্ষত বহুৱাই শিৰ্কৰ ওপৰত শিৰ্ক কৰি গৈছে। অথচ আল্লাহে কৈছে তোমালোকে ৰছুলৰ মাজত পাৰ্থক্য নকৰিবা-২:২৮৫।
আটাইতকৈ ভয়ংকৰ কথাটো হ'ল নবী মহম্মদৰ ব্যক্তিগত কামকাজ কথাবতৰাক হাদিসৰ মাধ্যমেৰে ইছলামৰ মূল ভেটি হিচাপে বনাই লোৱা হ'ল। এনে কৰ্মই বাহ্যিক ভাৱে ঈমানদাৰ যেন লাগে , আচলতে তেওঁলোক মুশ্বৰ্ৰিক-১২:১০৬।
কোৰআনৰ ভিতৰত সোমাব নোখোজা সকলে এইটো নাজানেযে মানৱ জাতিৰ ঈমাম নবী ইব্ৰাহিম(আ:ছা:)। নবী মহম্মদক(আ:ছা:) ইব্ৰাহিমক ফ'ল কৰিবলৈ আল্লাহে হুকুম দিছে-১৬:১২৩ , লগতে আমাকো-৩:৯৫।
গতিকে ইছলাম পালনত নবী মহম্মদৰ(আ:ছা:) কিবা ভূমিকা আছে নে?
কোৰআন নবী মহম্মদৰ(আ:ছা:) ওপৰত নাযিল হৈছে। আল্লাহৰ ৱহীবোৰেই মহম্মদৰ মুখৰ পৰা ওলাইছে। সেই ৱহী পালন কৰিবলৈ মহম্মদে কোৱা ৱহীৰ কথাটো মান্য কৰিলেই হল। "আল্লাহক মান্য কৰা আৰু(অৰ্থাৎ) ৰছুলক মান্য কৰা-৪:৫৯"-(https://t.ly/xDYvK)। কিন্তু, ইছলামৰ শত্ৰুবিলাকে আল্লাহক মান্য কৰাক কোৰআন আৰু ৰছুলক মান্যক বুখাৰীআদি কিতাপৰ হাদিসলৈ পুনাই দিয়ে। গতিকে মানুহ কোৰআনৰ পৰা ডাইভাৰ্ট হৈ হাদিসমুখি হৈ পৰিছে।
মানুহবোৰে ভাৱে শেষ বিচাৰৰ দিনা নবী মহম্মদে (আ:ছা:) জন্নতৰ বাবে ছুপাৰিচ কৰিব! ফুচদাল ছুপাৰিচ কৰিব, ওলোটাই কমপ্লেইনহে কৰিব-২৫:৩০।
।।।
Deen Obligations
1- Do not accept or follow any hadith other than the Quran (45:6)
2- Do not accept any substitute to the Sunna of God (33:62)
3- Do not worship nor idolise the prophets or the angels (3:79-80)
4- Do not call on anyone other than God (35:13-14, 72:18)
5- Do not use the masjid to commemorate any name other than God's name (72:18)
6- Do not corrupt God's words (2:79, 3:78)
7- Do not conceal God's words knowingly (2:159)
8- Do not enter any masjid where deviation is practiced (9:107-108)
9- Do not distinguish between God's messengers (2:285)
10- Do not call God your 'Father' nor say you are the 'Children of God' (5:18)
11- Do not force others into the religion/deen (2:256)
12- Do not argue against God's revelations (40:4)
13- Do not break up into sects (6:159)
14- Do not fall on God's revelation deaf and blind (25:73)
।।।
syedraf ২৯.০৭.২০২৩ নাজভিলা
Comments
Post a Comment