Though having ears and eyes they are deaf blind
٤٢:١٠
وَمِنْهُمْ مَنْ يَسْتَمِعُونَ إِلَيْكَ ۚ أَفَأَنْتَ تُسْمِعُ الصُّمَّ وَلَوْ كَانُوا لَا يَعْقِلُونَ
১০:৪২
আৰু সিহঁতৰ কিছুমানে তোমাৰ প্ৰতি কাণ পাতি থাকে। কিন্তু তুমি বধিৰ বিলাকক কিবা শুনাব পাৰিবানে যদিও সিহঁতে একো বুজি নাপায়?
.
٤٣:١٠
وَمِنْهُمْ مَنْ يَنْظُرُ إِلَيْكَ ۚ أَفَأَنْتَ تَهْدِي الْعُمْيَ وَلَوْ كَانُوا لَا يُبْصِرُونَ
১০:৪৩
আৰু সিহঁতৰ কিছুমানে তোমাৰ প্ৰতি চাই থাকে। কিন্তু সিহঁতে নেদেখিলে তুমি অন্ধক পথ দেখুৱাব পাৰিবানে?
.
কিছুমানে কাণপাতি চাই থাকে; তেওঁলোকে নুশুনেও নেদেখেও, কাৰণ তেওঁলোকৰ কাণ-চকু থাকিও বোবা আৰু অন্ধ।
Comments
Post a Comment