Posts

Showing posts from December, 2020

ইছলাম আৰু গণতন্ত্র

🌈ইছলাম আৰু গণতন্ত্র🌈 . ❤️কোৰআন হৈছে মুমিন/বিশ্বস্ত/গ্ৰহনকাৰিৰ বাবে আইন পৰামৰ্শ দাতাঃ- ⬇️ "আৰু তেওঁলোকে নিজ প্ৰতিপালকৰ আহ্বানত সঁহাৰি দিয়ে, ছালাত কায়েম কৰে আৰু তেওঁলোকৰ কাৰ্যাৱলী পৰস্পৰ পৰামৰ্শৰ মাধ্যমত সম্পাদিত হয়। আৰু তেওঁলোকক আমি যি জীৱিকা দান কৰিছো তাৰ পৰা ব্যয় কৰে"।(কোৰআন-৪২:৩৮)। . 🔵উক্ত এল্লাহৰ নিষেধাজ্ঞা বা আদেশ (Injunction) নিখুঁতভাবে সপ্তম শতাব্দীৰ ইছলামত পালন কৰা হৈছিল। মুছলিম/এল্লাহৰ বশ্যতা স্বীকাৰ কৰা শাসকীয়ই (Submissive rulers) নির্বাচিতহৈ  জনগণৰ আনুগত্য অর্জন কৰিব লগা হৈছিল। তেওঁলোকে এখন উপদেষ্টা কাউন্সিলৰ লগত কাম কৰিছিল। . 🔴কিন্তু এতিয়াঃ  ৰাজনৈতিক পাৰস্পৰিক পৰামর্শ  বিষয়বোৰ গণতন্ত্রৰ বৈশিষ্ট্য হ'ল।  -হাস্যকৰভাৱে ৰাজ্যবোৰৰ ৰাজত্বত,শাইখোমসকলৰ, স্বৈৰাচাৰী আৰু স্বৈৰতান্ত্রিক শাসনক (sheikdoms, despotism and autocratic rule) আজি বেছিভাগ দেশবোৰৰ মাজত দেখা যায়, যিসকলে নিজকে মুছলিম বুলি অভিহিত কৰে।  ই এক অন্য তথাকথিত মুছলিমসকলৰ এটা উদাহৰণ যি কোৰআনৰ পৰা বিদায় লৈছে। . 💥উল্লেখিতৰ বাহিৰেও অতি সোনকালেই আজিৰ গণতন্ত্রবোৰত সেই পাৰস্পৰিক পৰামর্শ শীঘ্রেই আৰ...

কোৰআন ৰছুল মহম্মদৰ আঃ মুখৰ-বাণী

🌼কোৰআন ৰছুল মহম্মদৰ আঃ মুখৰ-বাণী(لَقَوْلُ رَسُولٍ-৬৯:৪০):- ٤٠:٦٩ إِنَّهُ لَقَوْلُ رَسُولٍ كَرِيمٍ ৬৯:৪০ নিশ্চয় এয়া (কোৰআন) এক সন্মানিত ৰাছুলৰ (বাহিত) বাণী। ⬇️⬇️⬇️ সেই কাৰণেইঃ- ٥٨:٤٤ فَإِنَّمَا يَسَّرْنَاهُ بِلِسَانِكَ لَعَلَّهُمْ يَتَذَكَّرُونَ ৪৪:৫৮ এতেকে নিশ্চয় আমি তোমাৰ ভাষাত কোৰআনক সহজ কৰি দিছো, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে। ⬇️ সেইবাবেই কোৰআন "উত্তম হাদিস":- ٢٣:٣٩ اللَّهُ نَزَّلَ أَحْسَنَ الْحَدِيثِ كِتَابًا مُتَشَابِهًا مَثَانِيَ تَقْشَعِرُّ مِنْهُ جُلُودُ الَّذِينَ يَخْشَوْنَ رَبَّهُمْ ثُمَّ تَلِينُ جُلُودُهُمْ وَقُلُوبُهُمْ إِلَىٰ ذِكْرِ اللَّهِ ۚ ذَٰلِكَ هُدَى اللَّهِ يَهْدِي بِهِ مَنْ يَشَاءُ ۚ وَمَنْ يُضْلِلِ اللَّهُ فَمَا لَهُ مِنْ هَادٍ ৩৯:২৩ আল্লাহে অৱতীৰ্ণ কৰিছে উত্তম হাদীছ (বাণী) সম্বলিত এটা কিতাব, যিটো সুসামঞ্জস্য আৰু যিটো পুনঃ পুনঃ আবৃত্তি কৰা হয়। ফলত যিসকলে নিজ প্ৰতিপালকক ভয় কৰে, ইয়াৰ দ্বাৰা তেওঁলোকৰ শৰীৰ শিয়ঁৰি উঠে, তাৰ পিছত তেওঁলোকৰ দেহ মন বিনম্ৰ হৈ আল্লাহৰ স্মৰণত ধাবিত হয়। এইটোৱেই আল্লাহৰ হিদায়ত, তেওঁ ইয়াৰ দ্বাৰা যাক ইচ্ছা হিদায়ত কৰে। কিন্তু আল্লাহে যাক ব...

মিল্লাতে ইব্ৰাহিম

🌼মিল্লাতে ইব্ৰাহিম (مِلَّةَ إِبْرَاهِيمَ)🌼 🧡কোৰআন মুজিদত এল্লাহে মহম্মদ আঃক হুকুম কৰিছেঃ ١٦١:٦ قُلْ إِنَّنِي هَدَانِي رَبِّي إِلَىٰ صِرَاطٍ مُسْتَقِيمٍ دِينًا قِيَمًا مِلَّةَ إِبْرَاهِيمَ حَنِيفًا ۚ وَمَا كَانَ مِنَ الْمُشْرِكِينَ ৬:১৬১ কোৱা, ‘মোৰ প্ৰতিপালকে মোক সৎপথত পৰিচালিত কৰিছে। এইটোৱে সুপ্ৰতিষ্ঠিত দ্বীন, ইব্ৰাহীমৰ মিল্লাত (আদৰ্শ), তেওঁ আছিল একনিষ্ঠ আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল’। . ١٢٥:٤ وَمَنْ أَحْسَنُ دِينًا مِمَّنْ أَسْلَمَ وَجْهَهُ لِلَّهِ وَهُوَ مُحْسِنٌ وَاتَّبَعَ مِلَّةَ إِبْرَاهِيمَ حَنِيفًا ۗ وَاتَّخَذَ اللَّهُ إِبْرَاهِيمَ خَلِيلًا ৪:১২৫ সেই ব্যক্তিতকৈ দ্বীনৰ মাজত আৰু কোন উত্তম হ’ব? যিয়ে সৎকৰ্মপৰায়ণ হৈ আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰে আৰু একনিষ্ঠভাৱে ইব্ৰাহীমৰ মিল্লাতক অনুসৰণ কৰে, আৰু আল্লাহে ইব্ৰাহীমক অন্তৰঙ্গ বন্ধু হিচাপে গ্ৰহণ কৰিছে। . ١٣٠:٢ وَمَنْ يَرْغَبُ عَنْ مِلَّةِ إِبْرَاهِيمَ إِلَّا مَنْ سَفِهَ نَفْسَهُ ۚ وَلَقَدِ اصْطَفَيْنَاهُ فِي الدُّنْيَا ۖ وَإِنَّهُ فِي الْآخِرَةِ لَمِنَ الصَّالِحِينَ ২:১৩০ আৰু যিয়ে নিজকে নিৰ্বোধ বনাইছে তাৰ বাহিৰে ...

শুনি (চুন্নী) মুছলমান? by Ashiq Zaman

বিশ্বৰ মুঠ মুছলমানৰ মাত্ৰ ১৫% হে আৰৱ। ইছলাম এটি বহুজাতিক, বহু সাংস্কৃতিক আন্তৰ্জাতিক ধৰ্ম। কিন্তু  বহুধা বিভক্ত হোৱাৰ ফলত এটি ডাঙৰ সমস্যা হৈছে যে অনা-আৰৱ জাতি সমূহৰ সাধাৰণ ৰাইজে আৰৱী ভাষা বুজি পোৱা দূৰৰ কথা পঢ়িবও নেজানে। আনহাতে আমাৰ দেশৰ দৰে সৰহভাগ অনা-আৰৱ দেশত মাদ্ৰাছা ভিত্তিক ইছলামিক বা আৰৱী অধ্যায়ণৰ যি ব্যৱস্থা তাত গুৰুত্ব মূলত মূখস্থ কৰাৰ ওপৰত দিয়ে। ফলত মোল্লা-মৌলভী সকলৰ সৰহভাগেই আৰৱী পঢ়িব জানে ঠিকেই কিন্তু অৰ্থ বুজি নেপায়। সাধাৰণ মুছলমানৰ অৱস্থা তাতোকৈ বেয়া। দিনত পাঁচবাৰ নামাজ পঢ়ে ঠিকেই কিন্তু নামাজত কি কৈ আছে নাজানে। ফলত সৰহভাগ মুছলমানেই ছুন্নি মুছলমান নহয়, শুনি মুছলমান 😊 অৰ্থাৎ সৰহভাগ মুছলমানৰে নিজৰ ধৰ্মৰ প্ৰতি যি ধাৰণা সেয়া কোনো মোল্লা-মুঞ্চিৰ পৰা শুনি নিৰ্মিত ধাৰণা, কিন্তু সমস্যাটো হ'ল যিসকল মোল্লা-মুঞ্চিৰ পৰা শুনি আপুনি ইছলামৰ বিষয়ে ধাৰণা বনাই আছে তেওঁলোকে ইছলামৰ বিষয়ে কিমানখিনি জানে ? ফলত "ইছলাম ৰক্ষা" ৰ নামত যিবোৰ কাৰবাৰ চলি আছে সেই সকলোবোৰ ইছলামৰ প্ৰকৃত শিক্ষাৰ বিপৰীত। ইছলামে কাকো কোৱা নাই প্ৰফেটৰ কাৰ্টুন বনালে তাক হত্যা কৰা, প্ৰফেটৰ ছবি বনাব নালা...

Do and don't-Quran fm fb

:::  ALLAH & ROSUL KA  HUKUM  ::: Don't lie (Q22:30) Don't spy (Q49:12) Don't insult (Q49:11) Don't waste (Q17:26) Feed the poor (Q22:36) Don't backbite (Q49:12) Keep your oaths (Q5:89) Don't take bribes (Q27:36) Honour your treaties (Q9:4) Restrain your anger (Q3:134) Don't spread gossip (Q24:15) Think good of others (Q24:12) Be good to guests (Q51:24-27) Don't harm believers (Q33:58) Don't be rude to parents (Q17:23) Turn away from ill speech (Q23:3) Don't make fun of others (Q49:11) Walk in a humble manner (Q25:63) Respond to evil with good (Q41:34) Don't say what you won't do (Q62:2) Keep your trusts & promises (Q23:8) Don't insult others' false gods (Q6:108) Don't deceive people in trade (Q6:152) Don't take items without right (Q3:162) Don't ask unnecessary questions (Q5:101) Don't be miserly nor extravagant (Q25:67) Don't call others with bad names (Q49:11) Don't claim yourselves to be pure (Q...

Halal food Misconception.Siraj

Image
Lamp of Islam Siraj Islam  19h Halal food misconceptions What are the prohibited foods and meats in the Quran? The only prohibited foods and meats in the Quran are: Dead meat, running blood, swine/rotten meat and what was dedicated to other than God (2:173, 6:145, 5:3, 16:115). Is eating anything of the above list a sin? We note that the above list is followed by the reassurance that even consuming anything of it is not a ‘sin’ if it is not done out of “willful disobedience or transgression” (2:173, 6:145, 16:115). And that, far more important is what is in our heart and mind (5:93, 6:118-119). Should we make a fuss about the so-called halal food? No. What people eat or partake is not really an issue as long as they live consciously and do good works (“Those who acknowledge and do good works bear no guilt for what they eat/partake as long as they are aware and acknowledge and do good works. 5:93”; cf. 6:118-119). Thus the actual emphasis in the Quran in matters like this, is on spi...

Sects no relation with the Prophet.

Image
🔴Religion Sects Have Nothing to do with the Prophet. ⬇️ ١٥٩:٦ إِنَّ الَّذِينَ فَرَّقُوا دِينَهُمْ وَكَانُوا شِيَعًا لَسْتَ مِنْهُمْ فِي شَيْءٍ ۚ إِنَّمَا أَمْرُهُمْ إِلَى اللَّهِ ثُمَّ يُنَبِّئُهُمْ بِمَا كَانُوا يَفْعَلُونَ ৬:১৫৯ নিশ্চয় যিসকলে নিজৰ দ্বীনক বিচ্ছিন্ন কৰিছে আৰু বিভিন্ন দলত বিভক্ত হৈছে, সিহঁতৰ লগত তোমাৰ কোনো সম্পৰ্ক নাই; সিহঁতৰ বিষয়টো আল্লাহৰ ওচৰত, তাৰ পিছত তেৱেঁই সিহঁতক সিহঁতৰ কৃতকৰ্ম সম্পৰ্কে অৱগত কৰাব। 🔵Note: The followers of hear-say, and the sharia concocted by clerics, divided themselves into many hostile sects, factions and orders. See 3:105; 23:52. ⬇️ ١٠٥:٣ وَلَا تَكُونُوا كَالَّذِينَ تَفَرَّقُوا وَاخْتَلَفُوا مِنْ بَعْدِ مَا جَاءَهُمُ الْبَيِّنَاتُ ۚ وَأُولَٰئِكَ لَهُمْ عَذَابٌ عَظِيمٌ ৩:১০৫ তোমালোকে সিহঁতৰ দৰে নহবা, যিসকলে স্পষ্ট নিদৰ্শনসমূহ অহাৰ পিছতো বিচ্ছিন্ন হৈছে আৰু নিজৰ মাজতেই মতানৈক্য সৃষ্টি কৰিছে; আৰু সিহঁতৰ বাবেই আছে মহাশাস্তি। ⬇️ ٥٢:٢٣ وَإِنَّ هَٰذِهِ أُمَّتُكُمْ أُمَّةً وَاحِدَةً وَأَنَا رَبُّكُمْ فَاتَّقُونِ ২৩:৫২ ‘আৰু তোমালোকৰ এই উম্মত...

Hidayat 1:6-7

🌾সৰল পথ(صِّرَاطَ الْمُسْتَقِيمَ)👌 . Chapter 1:6-7(Fatiha) ٦:١ اهْدِنَا الصِّرَاطَ الْمُسْتَقِيمَ ১:৬ 🔵আমাক সৰল পথৰ হিদায়ত দিয়া . ٧:١ صِرَاطَ الَّذِينَ أَنْعَمْتَ عَلَيْهِمْ غَيْرِ الْمَغْضُوبِ عَلَيْهِمْ وَلَا الضَّالِّينَ ১:৭ 🔵তেওঁলোকৰ পথ, যিসকলক তুমি নিয়ামত (অনুগ্ৰহ) প্ৰদান কৰিছা, যিসকলৰ ওপৰত তোমাৰ ক্ৰোধ অহা নাই আৰু যিসকল পথভ্ৰষ্টও নহয় ⬇️⬇️...⬇️⬇️...⬇️⬇️⬇️ ٩٠:٦ أُولَٰئِكَ الَّذِينَ هَدَى اللَّهُ ۖ فَبِهُدَاهُمُ اقْتَدِهْ ۗ قُلْ لَا أَسْأَلُكُمْ عَلَيْهِ أَجْرًا ۖ إِنْ هُوَ إِلَّا ذِكْرَىٰ لِلْعَالَمِينَ 💚৬:৯০ এওঁলোকেই হৈছে সেইসকল লোক, যিসকলক আল্লাহে হিদায়ত কৰিছে, এতেকে তুমি তেওঁলোকৰ পথৰ অনুসৰণ কৰা। কোৱা, ‘ইয়াৰ বাবে আমি তোমালোকৰ ওচৰত পাৰিশ্ৰমিক নিবিচাৰো, এইটো কেৱল সৃষ্টিজগতৰ বাবে উপদেশমাত্ৰ’। . *Perfect Security for Believers* 6:82-6:90 ٨٢:٦ الَّذِينَ آمَنُوا وَلَمْ يَلْبِسُوا إِيمَانَهُمْ بِظُلْمٍ أُولَٰئِكَ لَهُمُ الْأَمْنُ وَهُمْ مُهْتَدُونَ 🌺৬:৮২ যিসকলে ঈমান আনিছে আৰু সিহঁতৰ ঈমানক যুলুমৰ (শ্বিৰ্কৰ) দ্বাৰা কলুষিত কৰা নাই, নিৰাপত্তা কেৱল সিহঁতৰ বাবেই আৰু সিহঁতেই হিদায়তপ্ৰাপ্ত।...

El' ‏Islaam(الْإِسْلَامُ) ‏vs Islaam-bb.raf

El' Islaam(الْإِسْلَامُ) vs Islaam. ⬇️ 🔴THE ISLAM:- The Islam‌➡️ইয়াক কেৱল কোৰআনৰ মাজত পাব। কোৰআনৰ বাহিৰত ইছলাম নাই।ইয়াৰ মানে, ইছলাম পালন কৰিবলৈ কেৱল এল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিব লাগিব।ইয়াৰ বাবে গাইদ লাইন কোৰআন। অৰ্থাৎ কোৰআনৰ বাহিৰত ছৰিয়ত(Islamic law) নাই। The Islam‌ [El' Islaam(الْإِسْلَامُ)(Quran-3:19] is different from Islaam🔵 (Quran-49:16-17) ١٩:٣ إِنَّ الدِّينَ عِنْدَ اللَّهِ الْإِسْلَامُ ۗ وَمَا اخْتَلَفَ الَّذِينَ أُوتُوا الْكِتَابَ إِلَّا مِنْ بَعْدِ مَا جَاءَهُمُ الْعِلْمُ بَغْيًا بَيْنَهُمْ ۗ وَمَنْ يَكْفُرْ بِآيَاتِ اللَّهِ فَإِنَّ اللَّهَ سَرِيعُ الْحِسَابِ ৩:১৯ নিশ্চয় ইছলামেই আল্লাহৰ ওচৰত একমাত্ৰ দ্বীন; আৰু যিসকলক কিতাব প্ৰদান কৰা হৈছিল সিহঁতে কেৱলমাত্ৰ পৰস্পৰ বিদ্বেষবশতঃ সিহঁতৰ ওচৰত জ্ঞান অহাৰ পিছতো মতানৈক্য কৰিছিল। আৰু যিয়ে আল্লাহৰ আয়াতসমূহৰ লগত কুফৰী কৰিব তেন্তে নিশ্চয় আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী। . So in El' Islaam we are only binded to submit to ELLAH alone 2:131, 27:91-92, 6:71, 3:20  - 3:85 . ١٣١:٢ إِذْ قَالَ لَهُ رَبُّهُ أَسْلِمْ ۖ قَالَ أَسْلَمْت...

Quran Explain Itself only

Image

Hadith Contradiction Hadith

Image
কোৰআন-৯:৩১ সিহঁতে আল্লাহৰ বাহিৰে সিহঁতৰ পণ্ডিত আৰু সংসাৰ-বিৰাগিসকলক সিহঁতৰ ৰবৰূপে গ্ৰহণ কৰিছে আৰু মাৰইয়ামৰ পুত্ৰ মছীহকো। অথচ এক ইলাহৰ ইবাদত কৰাৰ বাবেই তেওঁলোক আদিষ্ট হৈছিল। যাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। সিহঁতে যি অংশী স্থাপন কৰে তাৰ পৰা তেওঁ অতি পৱিত্ৰ! . কোৰআন-২:১৭০ আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে সেয়া তোমালোকে অনুসৰণ কৰা’, (তেতিয়া) সিহঁতে কয়, ‘নহয়, বৰং আমি অনুসৰণ কৰিম সেইটোৰ, যিটোৰ ওপৰত আমি আমাৰ পিতৃ পুৰুষসকলক পাইছো’। যদিও সিহঁতৰ পিতৃ-পুৰুষসকলে একো বুজা নাছিল আৰু সিহঁত সৎপথতো পৰিচালিত নাছিল, (তথাপিও সিহঁতে তাৰেই অনুসৰণ কৰিব নে?) ।।। Please note, these two reports are given in almost all hadith books and are graded as Sahih. “Do not write down anything from me except the holy Quran and those who have written must wipe them out.” Reference: Taqyid al-‘ilm P 29-31, Musnad Ahmad vol. 3 P 12, 21, 39, Sunan al-Darimi vol:1.  The statement is very clear and it does not need any interpretations. It simply prohibits writing down of Hadith. Even those w...

Khabiruddin sb fb post +imp comments

https://www.facebook.com/100046235920416/posts/227853622099167/