What is Quranist?
প্ৰশ্ন কৰা হৈছেঃ Do Quranist believe in sunnah of the prophet ? . উত্তৰঃ যিসকলে কেৱল কোৰআন ফ'ল কৰে তেওঁলোকক "মুছলিম" বুলি কোৱা হয়, কোৰানিষ্ট নহয়। . দ্বিতীয়তে কোৰআনৰ মতে মহম্মদৰ চুন্নাহ(Sunnah of Muhammad) বুলি কোনো আয়াত কোৰআনত নাই, আছে এল্লাহৰ চুন্নাহ(Sunnah of ALLAH)। চাওঁকঃ ٣٨:٣٣ مَا كَانَ عَلَى النَّبِيِّ مِنْ حَرَجٍ فِيمَا فَرَضَ اللَّهُ لَهُ ۖ ✔️سُنَّةَ اللَّهِ فِي الَّذِينَ خَلَوْا مِنْ قَبْلُ ۚ وَكَانَ أَمْرُ اللَّهِ قَدَرًا مَقْدُورًا There is no fault in the Prophet in seeking what Allah has ordained (FARD) for him — the way of Allah (sunnat Allah) with those who passed away before. The commandment of Allah is a determinate decree. (33.38) 🍵৩৩:৩৮ সেইটো কৰিলে নবীৰ কোনো দোষ নহয় যিটো তেওঁৰ বাবে আল্লাহে বিধিসন্মত কৰিছে। পূৰ্বে যিসকল অতিবাহিত হৈছে তেওঁলোকৰ বাবেও এইটোৱেই আছিল আল্লাহৰ বিধান(سُنَّةَ اللَّهِ)। আল্লাহৰ ফয়চালা সুনিৰ্ধাৰিত, অৱশ্যম্ভাৱী। . ٦٢:٣٣ سُنَّةَ اللَّهِ فِي الَّذِينَ خَلَوْا مِنْ قَبْلُ ۖ وَلَنْ تَجِدَ لِسُنَّةِ اللَّهِ تَبْدِيلًا 🍵৩৩:৬২ পূৰ্বে...